চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ মিলন গাওঁপঞ্চায়তৰ অন্তৰ্গত খনিকৰ লুখুৰাখন গাঁৱত অসম চৰকাৰৰ সমাজকল্যাণ বিভাগৰ ২০২১-২০২২ বৰ্ষৰ অধীনত মাহমৰা উন্নয়ন খণ্ডৰ তত্বাৱধানত প্ৰায় ২৫ লাখ টকাৰ ব্যয়ৰে সাজি উলিওৱা আদৰ্শ অংগনৱাদী কেন্দ্ৰ শুভউদ্বোধন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে। এই শুভউদ্বোধন কাৰ্যসূচীত চৰাইদেউ জিলাৰ মাহমৰা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া সুনাম দাস, সমাজ কল্যাণ বিভাগৰ বিষয়া, মিলন গাওঁপঞ্চায়তৰ সভাপতি নৱ বৰুৱাৰ লগতে মাহমৰা সমষ্টিৰ কেইবাটাও পঞ্চায়তৰ সভাপতি, সভানেত্ৰীৰ লগতে কেইবাগৰাকী বিষয়া উপস্থিত থাকে। এই আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভউদ্বোধন কৰি মন্ত্ৰী যোগেন মহনে এই কেন্দ্ৰৰ যোগেদি অঞ্চলটোৰ শিশুসকল সু নাগৰিক হোৱাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
बापूनगर के पटाखा बाजार में अज्ञात कारणों से पटाखों के दो गोदामों में आग लगने से अफरातफरी मच गई.
बापूनगर के पटाखा बाजार में अज्ञात कारणों से पटाखों के दो गोदामों में आग लगने से अफरातफरी मच गई....
આટકોટ પોલીસે દોલતપર સાણથલી રોડ પર ત્રણ જુગારીઓને ઝડપી લીધા
આટકોટ પોલીસે દોલતપર સાણથલી રોડ પર ત્રણ જુગારીઓને ઝડપી લીધા
নলবাৰী তাৰকাগৃহ প্ৰদৰ্শনীৰ সময় আৰু ভাষা
মংগলবাৰে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিক ভাবে উদ্বোধন কৰি ৰাইজলৈ উচৰ্গা কৰা...
સંવેદનશીલ ભૂથની વિઝીટ કરવામાં આવી
DYSP શ્રી ખટાણા સાહેબનાઓ ની આગેવાનીમાં પીપલોદ પોસ્ટે સ્ટાફ તથા સીઆરપીએફ/...