জম্মু-কাশ্মীৰত পুনৰ হত্যাৰ বলি হয় এগৰাকী কাশ্মীৰী পণ্ডিত। মঙলবাৰে জম্মু-কাশ্মীৰৰ চোপিয়ান জিলাত সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰে এগৰাকী হিন্দু পণ্ডিতক।কাশ্মীৰী আৰক্ষীয়ে এই সন্দৰ্ভত কয় যে আপেলৰ এখন বাগিচাত সন্ত্ৰাসবাদীয়ে কৰা গুলীচালনাত এগৰাকী সাধাৰণ নাগৰিকৰ মৃত্যু হোৱাৰ লগতে আন এজন আহত হয়।দুয়োজন লোক হিন্দু আছিল ।আহত জনক ইতিমধ্যে হস্পাতালত ভৰ্তি কৰোৱা হৈছে।উল্লেখ্য যে, বিগত কেইটামান দিনত কাশ্মীৰী পণ্ডিতৰ ওপৰত আক্ৰমণ বৃদ্ধি হৈ আহিছে। ইয়াৰ মাজতে পুুনৰ এই হত্যা কাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कलीम कुरैशी ने पब्लिक के ऊपर पुलिस की लाठी चार्ज पर किया कहा .
कलीम कुरैशी ने पब्लिक के ऊपर पुलिस की लाठी चार्ज पर किया कहा .
नगर बीड रोडवर चालकाचा ताबा सुटल्याने ट्रक झाला पलटी
बीड (प्रतिनिधी) नगर बीड रोडवरील जळगाव येथे घडली घटना आष्टी तालुक्यातील जळगाव येथे लातूर वरून...
Biden says he'll shut down Nord Stream 2 pipeline if Russia further invades Ukraine
Biden says he'll shut down Nord Stream 2 pipeline if Russia further invades Ukraine