স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ডিব্ৰুগড় জিলাৰ সংখ্যালঘু ছাত্ৰ ইউনিয়ন তথা আমছুৰ মহিলাকোষৰ সহযোগত আজি চাউলখোৱাত অনুষ্ঠিত কৰা হয় বিনামূলীয়া চকু আৰু স্বাস্থ্য শিবিৰ। চাউলখোৱা লৰা মাদ্ৰাছাত অনুষ্ঠিত হোৱাৰ চিকিৎসা শিবিৰত অঞ্চলটোৰ দুশ পুৰুষ - মহিলা, বৃদ্ধ-বৃদ্ধাই বিনামূলীয়া চিকিৎসা শিবিৰত চিকিৎসা গ্ৰহন কৰে।আমছু ডিব্ৰুগড় জিলাৰ মহিলাকোষৰ সভানেত্ৰী পাৰবিন আলী , মানকটা পঞ্চায়তৰ সভাপতি দীপামণি হাজৰিকা, চৰকাৰী গাওঁবুুঢ়া ৰুবুল আলি, আমছুৰ ডিব্ৰুগড় জিলাৰ কাৰ্যকৰী সভাপতি আব্দুল ৰছিদকে ধৰি অন্য কেইবাগৰাকী বিষয়-ববীয়াই চিকিৎসা শিবিৰত অংশগ্ৰহণ কৰি সহযোগিতা আগবঢ়ায়। ডিব্ৰুগড়ৰ স্বাস্থ্য বিভাগৰ পৰা অহাৰ চিকিৎসক, নাৰ্ছৰ উপস্থিতিত চিকিৎসা শিবিৰ সম্পন্ন কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
अगले हफ्ते भारत आ रही हैं प्रधानमंत्री शेख हसीना, PM मोदी के साथ इन समझौतों पर लगा सकती हैं मुहर
नई दिल्ली। बांग्लादेश की प्रधानमंत्री शेख हसीना दोनों पक्षों के संबंधों को और मजबूती देने के...
Oppo लेकर आएगी पावरफुल प्रोसेसर से लैस Smartphone, लॉन्च से पहले सामने आई ये डिटेल
ओप्पो K11 को K सीरीज के तहत चाइनीज मार्केट में लॉन्च किया गया था और अब इसके सक्सेसर के तौर पर...
প্ৰতিখন চোৰাং গাৰিৰ বাবদ ২০০/৩০০ টকাকৈ কোন DFO অই সংগ্ৰহ কৰে? কাক সন্দেহৰ আঙুলি ডুমডুমা আছুৰ সাধাৰণ সম্পাদক প্ৰতীম নেওঁগৰ
প্ৰতিখন চোৰাং গাৰিৰ বাবদ ২০০/৩০০ টকাকৈ কোন DFO অই সংগ্ৰহ কৰে? কাক সন্দেহৰ আঙুলি ডুমডুমা আছুৰ...
ડીસાના માલગઢમાં ખેડૂતે સૌપ્રથમવાર બટાકાના છોડ કાપવાના મલચર મશીન વસાવ્યું
ડીસામાં એક ખેડૂતે સૌપ્રથમવાર બટાકાના છોડ કાપવા માટેનું મલચર મશીન લાવ્યું છે. જે મશીનથી મજૂરોની...
લડબી નાળા પરનો ક્ષતિગ્રસ્ત બ્રીજ ભયજનક....
પાલનપુરના લડબી નાળા પરનો ક્ષતિગ્રસ્ત બ્રિજ ભયજનક !!!
પાલનપુરથી ડીસા જતા મુખ્ય હાઇવે પર...