দেশে উদযাপন কৰিছে স্বাধীনতাৰ ৭৫ বছৰ। দেশৰ এই ঐতিহাসিক মূৰ্ত্ততৰ সাক্ষী হৈছে সমগ্ৰ দেশবাসী। শোনিতপুৰ জিলাৰ গড়মৰা পঞ্চায়ততো অতি উলহ মালহৰে উদযাপন কৰা হৈছে। গড়মৰা পঞ্চায়তৰ সভাপতি সহন প্ৰধানে পতাকা উত্তোলন কৰাৰ পাছতে। পঞ্চায়তৰ প্ৰেক্ষাগৃত এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানতে পঞ্চায়তৰ অন্তৰ্গত বয়োজেষ্ঠ লোকসকলক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে বিশেষ ভাৱে সক্ষম ব্যক্তিসকলক হুইলচেয়াৰ প্ৰদান কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
চাৰি বন্ধুৰ মৰমৰ আপদাৰত আপ্লুত অভিযন্তা কৃষ্ণ পেগু
চাৰি বন্ধুৰ মৰমৰ আপদাৰত আপ্লুত অভিযন্তা কৃষ্ণ পেগুঃ মাজুলী বিদুৎ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা...
પાટણ જિલ્લાના રાધનપુર તાલુકાના બાદરપુરા ગામ ખાતે ગાયોની સેવા કરતુ મોટી માં મેલડી ટ્રસ્ટ દેવધામ
પાટણ જિલ્લાના રાધનપુર તાલુકાના બાદરપુરા ગામ ખાતે ગાયોની સેવા કરતુ મોટી માં મેલડી ટ્રસ્ટ...
উচ্চতম ন্যায়ালয়ত, কৰ্ণাটক হিজাব নিষেধাজ্ঞা গোচৰত বিভাজিত ৰায়
উচ্চতম ন্যায়ালয়ত, কৰ্ণাটক হিজাব নিষেধাজ্ঞা গোচৰত বিভাজিত ৰায় প্ৰদান কৰে। গোচৰটো চিজেআই সন্মুখত...
चोरांबा फाटा येथे शिवसेना उद्धव बाळासाहेब ठाकरे गटाकडून भारत जोडो यात्रेदरम्यान 50 खोके एकदम ओकेच्या घोषणा
चोरांबा फाटा येथे शिवसेना उद्धव बाळासाहेब ठाकरे गटाकडून भारत जोडो यात्रेदरम्यान 50 खोके एकदम...