আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মন কী বাত অনুষ্ঠান সম্বোধন কৰে। টিংখাং চাহ বাগিচাৰ অন্তৰ্গত ১৪৮ নং বুথ সমিতিৰ কাৰ্যকৰ্তা সকলৰ সৈতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয় অনুষ্ঠান "মন কী বাত" অনুষ্ঠান ৰেডিঅ যোগে উপভোগ কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰাই। পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা "মন কী বাত" অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে তেখেতৰ অভিলাষী আচঁনি সমূহৰ সম্বন্ধে দেশবাসীৰ আগত অৱগত কৰাৰ লগতে আগন্তুক 'পোষণ মাহ অভিযান'ক সফল ৰূপায়ণ কৰি তোলাৰ ক্ষেত্ৰত অঙ্গনবাড়ী কেন্দ্ৰ সমুহত কাৰ্যসূচী হাতত ল`বলৈ দেশৰ আই মাতৃ তথা জনসাধাৰণক আহ্বান জনায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Bhaththu Bhai એ દંતેશ્વર જમીન કૌભાંડ સંદર્ભે આક્ષેપ સાથે રજુઆત કરી
Bhaththu Bhai એ દંતેશ્વર જમીન કૌભાંડ સંદર્ભે આક્ષેપ સાથે રજુઆત કરી
માતાજીમાં અડગ શ્રદ્ધા ધરાવતા વ્યક્તિને દિવ્યાંગને જોઈ પદયાત્રિકોનો થાક ઉતરી જાય છે
માતાજીમાં અડગ શ્રદ્ધા ધરાવતા વ્યક્તિને દિવ્યાંગને જોઈ પદયાત્રિકોનો થાક ઉતરી જાય છે
राशन डीलर ने घर घर जाकर की ई केवाईसी केशोराय पाटन
केशोरायपाटन क्षेत्र के सुनगर गांव में राशन डीलर सूरज हरसल ने मुख्यमंत्री महत्वपूर्ण...
નગરપાલિકાના આંધળા વહિવટના કારણે પ્રજાને મુશ્કેલીઓ વેઠવાનો વારો
#buletinindia #gujarat #dahod
ओम बिरला के स्पीकर चुने जाने पर राजस्थान के पूर्व डिप्टी सीएम सचिन पायलट का बड़ा बयान
राजस्थान के पूर्व डिप्टी सीएम सचिन पायलट ने बुधवार को जयपुर में एक प्रेस कॉन्फ्रेंस को संबोधित...