দেশে উদযাপন কৰিছে স্বাধীনতাৰ ৭৫ বছৰ। দেশৰ এই ঐতিহাসিক মূৰ্ত্ততৰ সাক্ষী হৈছে সমগ্ৰ দেশবাসী। শোনিতপুৰ জিলাৰ গড়মৰা পঞ্চায়ততো অতি উলহ মালহৰে উদযাপন কৰা হৈছে। গড়মৰা পঞ্চায়তৰ সভাপতি সহন প্ৰধানে পতাকা উত্তোলন কৰাৰ পাছতে। পঞ্চায়তৰ প্ৰেক্ষাগৃত এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানতে পঞ্চায়তৰ অন্তৰ্গত বয়োজেষ্ঠ লোকসকলক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে বিশেষ ভাৱে সক্ষম ব্যক্তিসকলক হুইলচেয়াৰ প্ৰদান কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ফিল'বাৰীত ৰাষ্ট্ৰীয় পোষণ মাহ ২০২২ৰ পোষণ পঞ্চায়ত সম্পন্ন।
ফিল'বাৰীত ৰাষ্ট্ৰীয় পোষণ মাহ ২০২২ৰ পোষণ পঞ্চায়ত সম্পন্ন।
Hindalco Fall Strategy | अब Buy करने है है सही वक्त? CLSA का ऐसा अनुमान क्यों? | Anuj Singhal
Hindalco Fall Strategy | अब Buy करने है है सही वक्त? CLSA का ऐसा अनुमान क्यों? | Anuj Singhal
সোণাৰি কমাৰ্চ কলেজত পুনৰ উৰিল আছুৰ পতাকা
আজি অনুষ্ঠিত হোৱা সোণাৰি কমাৰ্চ কলেজৰ ছাত্র একতা সভাৰ ২০২২-২৩ বৰ্ষৰ সাধাৰণ নিৰ্বাচনত আছুৰ বৃহৎ...
एमबीएस अस्पताल के इमरजेंसी ऑपरेशन थियेटर का प्लास्टर गिरा ड्यूटी डॉक्टर बाल बाल बचे
शहर के एमबीएस अस्पताल की पुरानी बिल्डिंग में इमरजेंसी ऑपरेशन थियेटर में उस वक्त बड़ा हादसा टल गया...
दशनामी गोस्वामी समाज के लोगों ने उपखंड कार्यालय पर किया प्रदर्शन*
दशनामी गोस्वामी समाज के लोगों ने उपखंड कार्यालय पर किया प्रदर्शन*
लूनकरनसर: दशनामी...