কৃষি বিজ্ঞান কেন্দ্ৰ, ধেমাজিৰ চিমেন চাপৰিস্থিত কাৰ্যালয়ৰ চৌহদত ৭৬ তম স্বাধীনতা দিৱস উদযাপন কৰা হয়। কৃষি বিজ্ঞান কেন্দ্ৰ, ধেমাজিৰ জ্যেষ্ঠ বিজ্ঞানী তথা মূৰব্বী ড৹ গুঞ্জন গগৈদেৱে পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি অসম কৃষি বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা ৰাজ্যৰ প্ৰতিখন জিলাৰ কেইবাজনো উদ্যমী কৃষকক সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰা হয়। তদুপলক্ষে কৃষি বিজ্ঞান কেন্দ্ৰ ধেমাজিতো অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহোদয়ৰ স্বাক্ষৰিত একোখনকৈ প্ৰশংসাপত্ৰ আৰু ফুলাম গামোচাৰে দুজন উদ্যমী কৃষক ক্ৰমে নিলখ তৰালী পথাৰ গাঁৱৰ শ্ৰী ভৱেন শালৈ আৰু ৪ নং বালিগৰা গাঁৱৰ শ্ৰী ধনেশ্বৰ বসুমতাৰীক সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত মুখ্য অতিথিৰূপে চিমেন চাপৰি মহাবিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত শচীন দলে ডাঙৰীয়া উপস্থিত থাকে। সদৌশেষত কৃষক আৰু কৃষি বিজ্ঞানী সকলৰ মাজত এক মত বিনিময় কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
दहिवडी येथे बिबट्या आला रे आला
दहिवडी येथे बिबट्या आला रे आला
आकाश भोरडे
तळेगाव ढमढेरे, प्रतिनिधी :
दहिवडी (ता. शिरूर) येथे...
অসম-অৰুনাচল সীমান্তৱৰ্তী ভুমিক লৈ অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া অসমৰ ভুমি অৰুনাচলক দিয়াৰ বিৰোধিতা
অসম-অৰুনাচল সীমান্তৱৰ্তী ভুমিক লৈ অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া অসমৰ ভুমি অৰুনাচলক দিয়াৰ...
মৰঙীৰ ফলঙনিত স্বচ্ছতাই মূল সেৱাৰ উদ্দেশ্য ৰে গোলাঘাট জিলা পানী আৰু অনাময় সমিতি ৰ উদ্যাগত মৰঙী উন্নয়ন খণ্ডৰ অন্তৰ্গত ফলঙনি পঞ্চায়তৰ সভাগৃহত এখনি সজাগতা মুলক ভাৱে সভা অনুষ্ঠিত হয়।
মৰঙীৰ ফলঙনিত স্বচ্ছতাই মুল সেৱাৰ উদ্দেশ্য ৰে গোলাঘাট জিলা পানী আৰু অনাময় সমিতি ৰ উদ্যাগত মৰঙী...
মাজুলী নিমাতি ফেৰী ৰ মূল্য বৃদ্ধি সিদ্ধান্ত। প্ৰতিক্ৰিয়া প্ৰকাশ যুৱ ছাত্ৰ পৰিষদৰ জিলা সভাপতিৰ।
মাজুলী নিমাতি ফেৰী ৰ মূল্য বৃদ্ধি সিদ্ধান্ত। প্ৰতিক্ৰিয়া প্ৰকাশ যুৱ ছাত্ৰ পৰিষদৰ জিলা সভাপতিৰ।...
પુના મધર ઇન્ડિયા ગ્રાઉન્ડ ખાતે યોજાયેલ ક્રિકેટ ટુર્નામેન્ટમાં વલવાડાની ટીમ વિજેતા.
મહુવા તાલુકાના પુના ગામે તા.07.03.2023 ના રોજ ધુળેટી કપનું આયોજન મધર ઇન્ડિયા કમિટીના સભ્યો દ્વારા...