ৰঙিয়াৰ পূব সীতাৰাস্থিত শ্ৰী শ্ৰী বুঢ়া গোহাঁই থানত পবিত্ৰ শাওণ মাহৰ শেষৰটো সোমবাৰ উপলক্ষে আয়োজিত কাৰ্যসূচী ত অংশগ্ৰহণ কৰে স্থানীয় বিধায়ক ভবেশ কলিতাই । সমাজৰ পৰা অপায় অমংগল নাশ হোৱাৰ কামনাৰে থানৰ মন্দিৰত পুজা অৰ্চনা আগবঢ়াই কলিতাই । ইয়াৰ পাছতে ভক্তপ্ৰাণ ৰাইজৰ সৈতে অন্তৰংগ আলাপত মিলিত হয় বিধায়ক কলিতাই ।
ৰঙিয়াৰ বুঢ়া গোসাই থানত পবিত্ৰ শাওণ মাহৰ শেষৰটো সোমবাৰ উপলক্ষে আয়োজিত কাৰ্যসূচীত অংশগ্ৰহণ স্থানীয় বিধায়ক ভবেশ কলিতাৰ
![](https://storage.googleapis.com/nerity.com/uploads/photos/2022/08/nerity_b4b6caba371d7950e8e9862580975e04.jpg)