শীঘ্ৰেই চাকৰি প্ৰত্যাশীসকলে ভাৰতীয় ডাক বিভাগৰ তিনি ধৰণৰ পদত আবেদনৰ সুযোগ পাব। দেশৰ মুঠ ২৩ মণ্ডলৰ মুঠ ৯৮০৮৩ টা পদ শীঘ্ৰেই পূৰ কৰা হ'ব। আৰু ভাল খবৰ যে অসমত মুঠ খালী পদৰ সংখ্যা ১৭৫৪ টা। ইয়াৰে পোষ্টমেনৰ ৯৩৪ টা, মেইল গাৰ্ডৰ ৭৩ আৰু মাল্টীটাস্কিং ষ্টাফৰ ৭৫৪ টা পদ। অনলাইন আবেদন আৰম্ভ হোৱাৰ লগে লগে সবিশেষ আপুনি পাব nerity.com ত।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Apply for Kunbi/Maratha-Kunbi/Kunbi-Maratha Caste Certificate at Maha-e-Seva Kendra
Beed, Dr. 16: The district administration has requested the persons who want...
Koffee With Karan 8: रणवीर ने दीपिका को ऐसे किया था प्रपोज, कपल ने किए 3 बड़े खुलासे
Koffee With Karan 8: रणवीर ने दीपिका को ऐसे किया था प्रपोज, कपल ने किए 3 बड़े खुलासे
নাৰায়ণপুৰত সমবায় সমিতিৰ এজেন্টক নিলম্বন
নাৰায়ণপুৰ পৌৰসভাৰ অন্তৰ্গত ৫ নং শক্ৰাহী ৱাৰ্ডৰ সুলভ মূল্য দোকানৰ এজেন্ট সুৰেন ভূঞাক বিভাগীয় ভাৱে...
ৰঙাগড়াত তিনি বিদ্যালয়ৰ ৮১ ছাত্ৰ ছাত্ৰী অচিন ৰোগত আক্ৰান্ত
গোলাঘাট ২৫ আগষ্টঃ গোলাঘাট জিলাৰ ৰঙাগড়া বাগিচা প্ৰাথমিক বিদ্যালয়ৰ কেইবা গৰাকী ছাত্ৰ-ছাত্ৰী কালি...
Diwali Shubhechha| ચેતના ટેક્સટાઇલ ઉત્તર દરવાજા બહાર નવાગઢ| Chetana Textile, Jetpur Navagadh| Dpnews
Diwali Shubhechha| ચેતના ટેક્સટાઇલ ઉત્તર દરવાજા બહાર નવાગઢ| Chetana Textile, Jetpur Navagadh| Dpnews