শিৱসাগৰত বীৰ লাচিত সেনাৰ হুংকাৰ প্ৰয়োজনত জেললৈ যাম নকৰো স্বাক্ষৰ। সোমবাৰে বীৰ লাচিত সেনাৰ প্ৰশাসনীয় সচিব শৃঙ্খল চলিহাই বণ্ড চাইনৰ সন্দৰ্ভত কৰে গুৰুত্ব পূৰ্ণ মন্তব্য। প্ৰশাসনে জাৰি কৰা চমনৰ ওপৰত শৃঙ্খল চলিহাই কৰিছে বক্তব্য ৰাখে যে প্ৰয়োজন হ'লে জেললৈ যাম তথাপিও বণ্ড চাইন নকৰো। আমি খিলঞ্জীয়াৰ আধিপত্যৰ কথা কৈছো, কোনো হিন্দু, মুছলমানৰ কথা নহয়। সকলো বাংলাদেশী যাব লাগিব।উল্লেখনীয় যে প্ৰশাসনে জাতীয় সংগঠনৰ নেতালৈ বণ্ড চাইনৰ বাবে চমন জাৰি কৰাৰ পাছতেই বহুকেইগৰাকী সংগঠনৰ নেতাই স্বাক্ষৰ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Hyderabad News: Congress सांसद ने की BRS विधायकों के Drug Test की मांग | Telangana | Aaj Tak
Hyderabad News: Congress सांसद ने की BRS विधायकों के Drug Test की मांग | Telangana | Aaj Tak
মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা
মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা
#thevoiceofchariduar #TVC #HimantaBiswaSarma
₹15000 से कम में आने वाले स्मार्टफोन, दमदार प्रोसेसर और शानदार कैमरा से हैं लैस
Smartphone Under ₹15000 भारतीय स्मार्टफोन मार्केट में कंपनियों के बीच जबरदस्त टक्कर चल रही है।...
BANASKANTHA : ડીસા વિધાનસભા યુવા નેતાની ટિકીટ જાહેર
BANASKANTHA : ડીસા વિધાનસભા યુવા નેતાની ટિકીટ જાહેર