ঘিলামৰা থানাৰ সমীপৰ ৰাজ্যিক ঘাই পথত ভয়ংকৰ দুৰ্ঘটনা।ঢকুৱাখনাৰ দেউলীয়া গাঁৱৰ দুলুমণি বৰুৱা নামৰ এজন লোকৰ চিগি গ'ল ভৰি।