শিৱসাগৰ নগৰৰ দুটা স্থানত IED স্থাপনত জড়িত বিতুল বৰুৱাক লৈ শিৱসাগৰ আৰক্ষীৰ অভিযান। উপ আৰক্ষী অধীক্ষক দীপান্ত ফুকন, শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কল্পজিৎ শৰ্মাৰ নেতৃত্বত লৈ যোৱা হৈছে বিতুল বৰুৱাক অভিযানৰ বাবে।বিতুল বৰুৱাই দুৰ্ধষ আলফা নেতা গণেশ লাহনৰ নিৰ্দেশত শিৱসাগৰত IED স্থাপন কৰা বুলি আৰক্ষীয়ে দাৱী কৰিছে। বিগত ১৮ আগষ্টত চৰাইদেউ ৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল বিতুল বৰুৱাক। পৰৱৰ্তী সময়ত আদালতে চাৰিদনৰ বাবে আৰক্ষীৰ জিম্মাত দিছিল।বিতুল বৰুৱাই আলফিৰ হেচাত IED ক'ৰ পৰা কেনেকৈ লৈ শিৱসাগৰত স্থাপন কৰিছিল আজি দেখুওৱাব।উল্লেখনীয় যে স্বাধীনতা দিৱসত IEDৰ বহুখিনি সামগ্ৰী উদ্ধাৰ হৈছিল। সমান্তলাৰকৈ শিৱসাগৰতো উদ্ধাৰ হৈছিল নগৰৰ মাজমজিয়াৰ দুটাকে স্থানত ।শিৱসাগৰ আৰক্ষীৰ সফলতা সকলো জিলাতকৈ প্ৰথমে উদ্ধাৰ কৰিছিল সমগ্ৰ ঘটনাৰ সবিশেষ তথ্য।গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে IED স্থাপনত জড়িত সকলো অভিযুক্তক।শিৱসাগৰ আৰক্ষীয়ে অতি কম সময়ত অধিক তৎপৰতাৰে এই ঘটনাৰ সৈতেজড়িত বিষয় বস্তু পোহৰলৈ আনিবলৈ সক্ষম হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
आवास योजना में पात्र हितग्राहियों के द्वारा नगर परिषद के सामने किया गया जमकर विरोध प्रदर्शन
प्रधानमंत्री आवास योजना के पात्र हितग्राहियों के नाम सरेंडर करने को लेकर किया गया विरोध प्रदर्शन...
Honor 200 series: 100W फास्ट चार्जिंग और 12GB रैम के साथ लॉन्च हुआ ऑनर के नए फोन, मिलते हैं कई शानदार फीचर
भारत में ऑनर सीरीज के दो स्मार्टफोन को लॉन्च किया गया है। इस सीरीज में Honor 200 5G और Honor 200...
મોરારી બાપુની પાર્ટી ટાઈટલ સાથે હિન્દી ગીત પર ડાન્સ નો વિડીયો સોશિયલ મીડિયા માં વાયરલ
મોરારી બાપુની પાર્ટી ટાઈટલ સાથે હિન્દી ગીત પર ડાન્સ નો વિડીયો સોશિયલ મીડિયા માં વાયરલ
IPL 2023, SRH vs MI: अगर जुड़वा भाइयों को मिला खेलने का मौका, तो IPL में ऐतिहासिक पल होगा
नई दिल्ली, स्पोर्ट्स डेस्क। मार्को यानसेन और डुआन यानसेन 6 अप्रैल को आईपीएल...