শিৱসাগৰ নগৰৰ দুটা স্থানত IED স্থাপনত জড়িত বিতুল বৰুৱাক লৈ শিৱসাগৰ আৰক্ষীৰ অভিযান। উপ আৰক্ষী অধীক্ষক দীপান্ত ফুকন, শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কল্পজিৎ শৰ্মাৰ নেতৃত্বত লৈ যোৱা হৈছে বিতুল বৰুৱাক অভিযানৰ বাবে।বিতুল বৰুৱাই দুৰ্ধষ আলফা নেতা গণেশ লাহনৰ নিৰ্দেশত শিৱসাগৰত IED স্থাপন কৰা বুলি আৰক্ষীয়ে দাৱী কৰিছে। বিগত ১৮ আগষ্টত চৰাইদেউ ৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল বিতুল বৰুৱাক। পৰৱৰ্তী সময়ত আদালতে চাৰিদনৰ বাবে আৰক্ষীৰ জিম্মাত দিছিল।বিতুল বৰুৱাই আলফিৰ হেচাত IED ক'ৰ পৰা কেনেকৈ লৈ শিৱসাগৰত স্থাপন কৰিছিল আজি দেখুওৱাব।উল্লেখনীয় যে স্বাধীনতা দিৱসত IEDৰ বহুখিনি সামগ্ৰী উদ্ধাৰ হৈছিল। সমান্তলাৰকৈ শিৱসাগৰতো উদ্ধাৰ হৈছিল নগৰৰ মাজমজিয়াৰ দুটাকে স্থানত ।শিৱসাগৰ আৰক্ষীৰ সফলতা সকলো জিলাতকৈ প্ৰথমে উদ্ধাৰ কৰিছিল সমগ্ৰ ঘটনাৰ সবিশেষ তথ্য।গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে IED স্থাপনত জড়িত সকলো অভিযুক্তক।শিৱসাগৰ আৰক্ষীয়ে অতি কম সময়ত অধিক তৎপৰতাৰে এই ঘটনাৰ সৈতেজড়িত বিষয় বস্তু পোহৰলৈ আনিবলৈ সক্ষম হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Stock Of The Day: Vedanta में 9.25 करोड़ Shares में सौदा, Yes Bank और M&M में भी बड़ा Action | Share
Stock Of The Day: Vedanta में 9.25 करोड़ Shares में सौदा, Yes Bank और M&M में भी बड़ा Action...
જસદણ ગઢડીયા ચોક્ડી પો.સ્ટેના પ્રોહીબીશનના ગુન્હામાં નાસ્તા-ફરતા આરોપીને રાજકોટ sog પકડી પાડ્યો
જસદણ ગઢડીયા ચોક્ડી પો.સ્ટેના પ્રોહીબીશનના ગુન્હામાં નાસ્તા-ફરતા આરોપીને રાજકોટ sog પકડી પાડ્યો...
સાબરકાંઠા: વડાલી તાલુકા કક્ષાનો બાળ વિજ્ઞાન મેળો તાલુકાના હાથરવા જૂથ પ્રાથમિક શાળા ખાતે યોજાયો
સાબરકાંઠા: વડાલી તાલુકા કક્ષાનો બાળ વિજ્ઞાન મેળો તાલુકાના હાથરવા જૂથ પ્રાથમિક શાળા ખાતે યોજાયો
ગતરોજ ફતેપુરા થી ઝાલોદ તરફ જતા રોડ પર વલુંડી ગામે સાંજ ના સમયે બાવળ નું વૃક્ષ થયું ધરાશાય.
ગતરોજ ફતેપુરા થી ઝાલોદ તરફ જતા રોડ પર વલુંડી ગામે સાંજ ના સમયે બાવળ નું વૃક્ષ થયું ધરાશાય.