শিৱসাগৰ নগৰৰ মাজমজিয়াৰ দৌলমুখ চাৰিআলিত ধিঙৰ নাবালিকা ধৰ্ষণ কাণ্ডৰ প্ৰতিবাদ সাব্যস্ত উজনি অসম সন্মিলিত মুছলিম পৰিষদৰ উদ্যোগত শতাধিক প্ৰতিবাদ কাৰীৰ। ধিঙৰ নাবালিকাক ধৰ্ষণ কাৰীক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহাৰ দাৱীত উত্তাল শিৱসাগৰ বাসী।