শিৱসাগৰ যুৱদলত খিলঞ্জীয়াৰ ওচৰতমাৰোৱাৰী সমাজে ৰাজহুৱা ভাৱে ক্ষমা বিচাৰিলে।ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ এগৰাকী মহিলা খেলুৱৈক কেইগৰাকীমান বহিৰাগত ব্যৱসায়ীয়ে শাৰিৰীক ভাৱে প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি বহিৰাগতৰ বিৰুদ্ধে ৩০ টা সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল বিগত দুটা দিন ধৰি।বন্ধ আছিল মাৰোৱাৰী ব্যৱসায়িক প্ৰতিষ্ঠান। শিৱসাগৰতঅসম চৰকাৰৰ মন্ত্ৰী ৰনোজপেগুৰ প্ৰত্যক্ষ সহযোগত এই সমগ্ৰ বিষয়টোৰ সমাধান হয়।, আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰা , জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱৰ উপস্থিতিত অনুষ্ঠিত ৰাজহুৱা সভাত ৰাজহুৱা ভাৱে ক্ষমা মাৰোৱাৰী সমাজৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
আকৰ্ষণৰ কেন্দ্ৰবিন্দুত পৰিণত দলগাঁৱৰ অন্তৰ্গত ঢেকেৰীগাঁৱত টোকোৰা চৰাইৰ বাসস্থান।
এক দৃষ্টিনন্দন দৃশ্য। এখন গাঁও আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে দলগাঁৱৰ ঢেকেৰীগাঁৱত , পদুলি পৰা ঘৰৰ...
ઊંઝાના કામલી ગામે નકલી જીરું પકડાયું@Sandesh News
ઊંઝાના કામલી ગામે નકલી જીરું પકડાયું@Sandesh News
વડોદરા શહેરના મકરપુરા વિસ્તારમાંથી ઈંગ્લીશ દારૂના જથ્થા સાથે ત્રણ ઈસમોને પોલીસે ઝડપી પાડયા
વડોદરા શહેરના મકરપુરા વિસ્તારમાંથી ઈંગ્લીશ દારૂના જથ્થા સાથે ત્રણ ઈસમોને પોલીસે ઝડપી પાડયા
घर में बैठा कोबरा सांप, बड़ी मशक्कत से रेस्क्यु कर मुकंदरा हिल्स टाईगर रिजर्व में छोड़ा|Kanwas News
घर में बैठा कोबरा सांप, बड़ी मशक्कत से रेस्क्यु कर मुकंदरा हिल्स टाईगर रिजर्व में छोड़ा|Kanwas News
जिल्हाधिकारी रुचेश जयवंशी यांचे सातारा जिल्ह्यात स्वागत.
जिल्हाधिकारी रुचेश जयवंशी यांचे सातारा जिल्ह्यात स्वागत.