শিৱসাগৰ যুৱদলত খিলঞ্জীয়াৰ ওচৰতমাৰোৱাৰী সমাজে ৰাজহুৱা ভাৱে ক্ষমা বিচাৰিলে।ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ এগৰাকী মহিলা খেলুৱৈক কেইগৰাকীমান বহিৰাগত ব্যৱসায়ীয়ে শাৰিৰীক ভাৱে প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি বহিৰাগতৰ বিৰুদ্ধে ৩০ টা সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল বিগত দুটা দিন ধৰি।বন্ধ আছিল মাৰোৱাৰী ব্যৱসায়িক প্ৰতিষ্ঠান। শিৱসাগৰতঅসম চৰকাৰৰ মন্ত্ৰী ৰনোজপেগুৰ প্ৰত্যক্ষ সহযোগত এই সমগ্ৰ বিষয়টোৰ সমাধান হয়।, আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰা , জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱৰ উপস্থিতিত অনুষ্ঠিত ৰাজহুৱা সভাত ৰাজহুৱা ভাৱে ক্ষমা মাৰোৱাৰী সমাজৰ।