৭৬ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি নাহৰকটীয়া ৰাজীৱ ভৱনৰ প্ৰাংগনত জয়পুৰ ব্লক কংগ্ৰেছৰ উদ্যোগত বীৰ স্বহীদ সকলক স্মৰণ কৰি বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উক্ত অনুষ্ঠানত জাতীয় কংগ্ৰেছ দলৰ প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক প্ৰণতি ফুকন, যুৱ নেতা শৰৎ চাৰিঙীয়া ফুকনকে প্ৰমুখ্যে কৰি কেইবাজনো জেষ্ঠ কৰ্মী উপস্থিত থাকে।