৭৬ সংখ্যাক স্বাধীনতা দিৱসৰ আজাদী কী অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি নেচনেল মেডিকোজ অৰ্গেনাইজেচনৰ উদ্যোগত আৰু মৰিগাঁও ছহিদ তিলক-হেমৰাম-গুনাভিৰাম অসামৰিক চিকিৎসালয়ৰ সহযোগত জাগীৰোড মহাবিদ্যালয়ত অনুষ্ঠিত কৰে ৰক্তদান শিবিৰ। শিবিৰত ১১জন ৰক্তদাতাই ৰক্ত দান কৰে।