৭৬ তম স্বাধীনতা দিৱস দেশৰ অন্যান্য ঠাইৰ লগতে মাহমৰা সমষ্টিৰ অন্তৰ্গত মিলন গাওঁপঞ্চায়তৰ উদ্যোগত উদযাপন কৰা হয় স্বাধীনতা দিৱস। স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি অন্য বৰ্ষৰ দৰে এইবাৰো কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে পঞ্চায়তোৰ অন্তৰ্গত এলেকাৰ হাইছেকেণ্ডৰী আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে। উক্ত এই অনুষ্ঠানত মাহমৰা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী যোগেন মহনৰ পত্নী অলী মহন উপস্থিত থাকি উপস্থিত সকলোককে৭৬ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছাৰ জ্ঞাপন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
स्वर्णप्राशन महाभियान से सैंकड़ों बच्चों का हो रहा है सर्वांगीण विकास
स्वर्णप्राशन महाभियान से सैंकड़ों बच्चों का हो रहा है सर्वांगीण विकासबून्दी। पुष्यनक्षत्र के अवसर...
ડીસામાં સામાન્ય બાબતે બોલચાલી થતાં મારામારી સર્જાઇ : 5 વ્યક્તિઓ ઘાયલ
ડીસા શહેરમાં છેલ્લા કેટલાક સમયથી કાયદો વ્યવસ્થાની સ્થિતી કથળી ગઇ હોય તેવું દેખાઇ રહ્યું શહેરમાં...
अखिल विश्व गायत्री परिवार शांतिकुंज हरिद्वार के तत्वाधान में शाहपुर नगर में 4 दिन से चल रहे 24 कुंडीय गायत्री महायज्ञ एवं पावन प्रज्ञा पुराण कथा की पूर्णाहुति संपन्न हुई।
अखिल विश्व गायत्री परिवार शांतिकुंज हरिद्वार के तत्वाधान में शाहपुर नगर में 4 दिन से चल रहे 24...
ઉપરાષ્ટ્રપતિના શપથ: આજે દેશને નવા ઉપરાષ્ટ્રપતિ મળશે, જગદીપ ધનખર ઉપરાષ્ટ્રપતિ તરીકે લેશે શપથ
દેશને આજે નવા ઉપરાષ્ટ્રપતિ મળવા જઈ રહ્યા છે. નવા ચૂંટાયેલા ઉપરાષ્ટ્રપતિ જગદીપ ધનખર આજે દેશના 14મા...