৭৬ তম স্বাধীনতা দিৱস দেশৰ অন্যান্য ঠাইৰ লগতে মাহমৰা সমষ্টিৰ অন্তৰ্গত মিলন গাওঁপঞ্চায়তৰ উদ্যোগত উদযাপন কৰা হয় স্বাধীনতা দিৱস। স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি অন্য বৰ্ষৰ দৰে এইবাৰো কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে পঞ্চায়তোৰ অন্তৰ্গত এলেকাৰ হাইছেকেণ্ডৰী আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে। উক্ত এই অনুষ্ঠানত মাহমৰা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী যোগেন মহনৰ পত্নী অলী মহন উপস্থিত থাকি উপস্থিত সকলোককে৭৬ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছাৰ জ্ঞাপন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
দ'লবাগান লক্ষীমন্দিৰত বিজেপি বুথ বাহিনী গঠন
নাজিৰা সমষ্টিৰ লেঙীবৰ পঞ্চায়তৰ অন্তৰ্গত দ'লবাগান লক্ষীমন্দিৰ প্ৰাঙ্গণত বিজেপিৰ ৰমণী গ্ৰাম্য...
पालम तालुक्यात मुले व महिला पळविण्याच्या चर्चेला उधाण
जनतेने अफवांवर विश्वास ठेवू नये : पालम,पो.नि. प्रदीप काकडे
परभणी प्रतिनिधी
पालम...
জেএমএমৰ উৎকোচ গোচৰত '৯৮ চনৰ ৰায় পুনৰ পৰীক্ষা কৰিব এছচি; ৭ জনীয়া বিচাৰপীঠ গঠন
উচচতম ন্যায়ালয়ে ১৯৯৮ চনৰ পি ভি নৰসিংহ ৰাও গোচৰৰ ৰায়দান পুনৰ পৰীক্ষা কৰিবলৈ সন্মত হয়,...
बहराइच हिंसा-कर्फ्यू जैसे हालात, दो दिन और बंद रहेगा इंटरनेट:CO महसी सस्पेंड
बहराइच में भड़की हिंसा का बुधवार को चौथा दिन है। हिंसा प्रभावित पूरे इलाके में फोर्स तैनात है।...
खासदार संजय राऊत यांना जाणीवपूर्वक ई.डी.ने अटक केल्याचा शिवसेनेचा आरोप .
खासदार संजय राऊत यांना जाणीवपूर्वक ई.डी.ने अटक केल्याचा शिवसेनेचा आरोप .