# মন জিলাত আসাম ৰাইফল আৰু এন এছ চি এনৰ মাজত ভয়ানক সংঘৰ্ষ ।

# আজি পুৱা এন এছ চি এন (কে ৱাই) গোটৰ গেৰিলাই মন জিলাৰ ফমছিং এলেকাৰ নাইছেত সংঘটিত কৰে এই ঘাটনা।

# অঞ্চলটোত থকা ৩২ আসাম ৰাইফলছৰ শিবিৰটোৰ ওপৰত চলায় এই আক্রম। 

# ঘটনাটোত ৰয় সিং আৰু আনন্দ ৰয় নামৰ আসাম ৰাইফলছৰ দুই জুৱান আহত হয়।