বাংলাদেশত হিন্দু লোকৰ ওপৰত হোৱা অত্যাচাৰ বন্ধৰ দাবীত আজি হোজাইত ৰূপায়ন কৰা হৈছে প্ৰতিবাদী কাৰ্যসূচী।।হিন্দুৰক্ষী দলৰ উদ্যোগত ৰূপায়ন কৰা হয় প্ৰতিবাদী সমদল। আবেলি হোজাই কালিবাড়ী অঞ্চলৰ পৰা চহৰৰ মাজেৰে বাহিৰ কৰা প্ৰতিবাদী সমদল হিন্দু সংগঠনৰ প্ৰায় শতাধিক নেতা কৰ্মীয়ে কৰে অংশগ্ৰহণ। ফলত প্ৰতিবাদী সকলে বাংলাদেশত হিন্দু অত্যাচাৰ বন্ধ কৰক শ্লোগানেৰে ৰাজপথ কঁপাই তোলে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Summer Fruits: चिलचिलाती धूप ने सोख लिया है शरीर का पानी, तो हाइड्रेटेड रहने के लिए रोजाना खाएं ये 5 फल
गर्मियों के मौसम में हेल्दी रहने के लिए अपनी डाइट में सही बदलाव करना बेहद जरूरी है। इस सीजन में...
भाद्ररवी पूनम महामेलो 2024 शकित, श्रीयंत्र एवं स्तुति का त्रिवेणी संगम
भाद्ररवी पूनम महामेलो 2024 शकित, श्रीयंत्र एवं स्तुति का त्रिवेणी संगम
ઈકોમાંથી 24 કિલોથી વધુ ગાંજા સાથે બનાસકાંઠા અને સુરેન્દ્રનગર જિલ્લાના ચાર શખ્સો ઝડપાયા
પાટણ લોકસભા બેઠકની ચૂંટણીને લઈ જિલ્લા અને દરેક તાલુકામાં પોલીસ સક્રિય થઈ છે. એલસીબી, એસઓજી, પેરોલ...