বাংলাদেশত হিন্দু লোকৰ ওপৰত হোৱা অত্যাচাৰ বন্ধৰ দাবীত আজি হোজাইত ৰূপায়ন কৰা হৈছে প্ৰতিবাদী কাৰ্যসূচী।।হিন্দুৰক্ষী দলৰ উদ্যোগত ৰূপায়ন কৰা হয় প্ৰতিবাদী সমদল। আবেলি হোজাই কালিবাড়ী অঞ্চলৰ পৰা চহৰৰ মাজেৰে বাহিৰ কৰা প্ৰতিবাদী সমদল হিন্দু সংগঠনৰ প্ৰায় শতাধিক নেতা কৰ্মীয়ে কৰে অংশগ্ৰহণ। ফলত প্ৰতিবাদী সকলে বাংলাদেশত হিন্দু অত্যাচাৰ বন্ধ কৰক শ্লোগানেৰে ৰাজপথ কঁপাই তোলে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
গোলাঘাটৰ পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথত চুইফট বাহন দুৰ্ঘটনাগ্ৰস্তঃ কথমপি প্ৰাণ ৰক্ষা চালকৰ
গোলাঘাটৰ পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথৰ বগৰীজেঙত আজি বিয়লি সংঘটিত এক পথ দুৰ্ঘটনাত এখন চুইফট বাহন...
28 अगस्त से 04 सितंबर 2022 तक महेसाणा-पाटन-महेसाणा पैसेंजर स्पेशल निरस्त रहेगी
अहमदाबाद मंडल के महेसाणा-जगुदन सेक्शन में एवं साणंद-कलोल-विरमगाम-महेसाणा-पालनपुर सेक्शन...
UP News: Mafia Mukhtar Ansari का बेटा Abbas Ansari NDA में शामिल #upnews #mukhtaransari #hindinews
भारतीय राजनीति भी भारत की संस्कृतियों की तरह अलग अलग है, अंग्रेजी में कहें तो डायवर्स, ये बात हम...
সোণাৰিত অস্ত্ৰসহ এজনক আটক
দূৰ্গা পূজাৰ প্ৰাকক্ষণত সোণাৰিত মাৰণাস্ত্ৰসহ এজনক আটক। আটকাধীন লোকজনৰ নাম খঞ্জন নাথ। খঞ্জন নাথৰ...
पन्ना प्रधान जिला न्यायाधीश की अध्यक्षता में हुई बैठक
प्रधान जिला न्यायाधीश की अध्यक्षता में हुई बैठक
बड़ी खबरे:
होम /पन्ना/मध्यप्रदेश :
प्रधान जिला...