শণিবাৰে শিৱসাগৰৰ কৃষিভৱনত জিলা কৃষি বিভাগৰ উদ্যোগত আৱতৰীয়া পাচলি খেতিৰ প্ৰশিক্ষণ কাৰ্য্যসূচী গাম্ভীৰ্য্যপূৰ্ণ ভাৱে সমাপন হয়। এই প্ৰশিক্ষণত মুখ্য প্ৰশিক্ষক হিচাবে উপস্থিত থাকে অসম গৌৰৱ ৰাহুল গুপ্তা।বিশেষকে পলিথিন গৃহ ৰ ভিতৰত কৰিব পৰা পাচলি খেতিৰ ওপৰত এই প্ৰশিক্ষণ দিয়া হয়। এই প্ৰশিক্ষণত ৫০জনতকৈও অধিক কৃষকে অংশ গ্ৰহন কৰে। এই কাৰ্য্যসূচীত জিলা কৃষি বিষয়া আচিফ বৰা, সহকাৰী কৃষি সঞ্চালক অমৃত শইকীয়া, আমগুৰি মহকুমা কৃষি বিষয়াৰুমিবৰা, জিলা মিডিয়া বিশেষজ্ঞ দেৱাশ্ৰী শান্দিল্য উপস্থিত থাকে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
છેવાડાના વ્યક્તિ સુધી આરોગ્યની સેવાઓ પહોંચાડવાનો અભિયાન
આજરોજ માન.તાલુકા આરોગ્ય અધિકારી શ્રી બી.એસ.ગઢવી સરના વરદહસ્તે પોશીના તાલુકાના અજાવાસ...
મહેસાણા : કડીથી કરશન સોલંકી અને વિજાપુરથી રમણ પટેલને રિપીટ કરાયા
મહેસાણા : 2022 ની વિધાનસભાની ચૂંટણીનું રણશિંગુ ફૂંકાઈ ચૂક્યું છે. ત્યારે અલગ અલગ પક્ષો...
নাজিৰা সমষ্টিৰ প্ৰান্তে প্ৰান্তে ৰাইজৰ দল ।
নাজিৰা সমষ্টিৰ বিভিন্ন প্ৰান্তত ৰাইজৰ দলৰ কাৰ্যকৰ্তা সকলে ৰাইজৰ সমস্যাৰ বুজ লয় ।
দ্ৰোপদী মুৰ্মু ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাত নাৰায়ণপুৰত আনন্দৰ জোঁৱাৰ
ভাৰতবৰ্ষৰ মহামহিম ৰাষ্ট্ৰপতি ৰুপে দ্ৰোপদী মুৰ্মু নিৰ্বাচিত হোৱাত দেশৰ সকলো প্ৰান্তৰ সমান্তৰালভাৱে...
आज के युग में युवाओं को कैरियर निर्धारण के लिए कॉउंसलिंग कराना समय की जरूरत: सीएमए मित्तल
दी इंस्टिट्यूट ऑफ कॉस्ट एकाउंटेंट्स ऑफ इंडिया-कोटा चैप्टर के चैयरमेन सीएमए राजेन्द्र नाटाणी एवं...