শণিবাৰে শিৱসাগৰৰ কৃষিভৱনত জিলা কৃষি বিভাগৰ উদ্যোগত আৱতৰীয়া পাচলি খেতিৰ প্ৰশিক্ষণ কাৰ্য্যসূচী গাম্ভীৰ্য্যপূৰ্ণ ভাৱে সমাপন হয়। এই প্ৰশিক্ষণত মুখ্য প্ৰশিক্ষক হিচাবে উপস্থিত থাকে অসম গৌৰৱ ৰাহুল গুপ্তা।বিশেষকে পলিথিন গৃহ ৰ ভিতৰত কৰিব পৰা পাচলি খেতিৰ ওপৰত এই প্ৰশিক্ষণ দিয়া হয়। এই প্ৰশিক্ষণত ৫০জনতকৈও অধিক কৃষকে অংশ গ্ৰহন কৰে। এই কাৰ্য্যসূচীত জিলা কৃষি বিষয়া আচিফ বৰা, সহকাৰী কৃষি সঞ্চালক অমৃত শইকীয়া, আমগুৰি মহকুমা কৃষি বিষয়াৰুমিবৰা, জিলা মিডিয়া বিশেষজ্ঞ দেৱাশ্ৰী শান্দিল্য উপস্থিত থাকে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
दिग्विजय सिंह के बयान से राहुल गांधी का किनारा, सेना की कार्रवाई में सबूत की जरूरत नहीं
कांग्रेस के पूर्व अध्यक्ष और सांसद राहुल गांधी (Rahul Gandhi) ने दिग्विजय सिंह (Digvijay Singh)...
शरीर को बीमारियों का घर बना सकती हैं Cold Drinks, इस समर सीजन इन हेल्दी ऑप्शन्स से करें इसे रिप्लेस
गर्मियों के मौसम (Summer Season) के लोग अकसर खुद को ठंडा रखने के लिए कोल्ड ड्रिंक्स (Cold Drinks)...
মৰাণহাটত কলা উৎসৱ-২০২৩ সম্পৰ্কত কলামন্দিৰ পৰিচালনা সমিতিৰ সংবাদ মেল সম্বোধন।
চৰাইদেউ জিলাৰ মৰাণহাটত অৱস্থিত কলা কৃষ্টি চৰ্চাৰ অগ্ৰণী অনুষ্ঠান কলামন্দিৰত আজি ২০২৩ বৰ্ষৰ সংবাদ...
Breaking News: मोदी 3.0 के शपथ ग्रहण की तैयारी, भूटान-श्रीलंका समेत कई देशों को भेजा न्योता
Breaking News: मोदी 3.0 के शपथ ग्रहण की तैयारी, भूटान-श्रीलंका समेत कई देशों को भेजा न्योता