বিহপুৰীয়া-নাৰায়ণপুৰ মুক্তি যুজাৰু সন্মিলনৰ উদ্যোগত উত্তৰাধিকাৰী সন্মিলনৰ সৌজন্যত লগতে হাৰমতী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহযোগত বিদ্যালয়খনত অনুষ্ঠিত হোৱা স্বাধীনতা দিৱস উদ্যাপন কাৰ্যসুচীত জিলা সমিতিখনৰ অন্তৰ্গত একত্ৰিশ গৰাকীক সম্বদ্ধৰ্না জনোৱা হয় ৷ ইয়াৰে মুক্তিযুজাৰু আৰু প্ৰয়াত মুক্তিযুজাৰুসকলৰ পত্নীক এই সন্মান জনোৱা হয় ৷ ইয়াৰে বাধক্যজনিত ৰোগত আক্ৰান্তসকলক ঘৰতে সম্বদ্ধনা জনোৱা বুলি সমিতিখনে জানিবলৈ দিয়ে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
জলসম্পদ বিভাগে পুনৰ জীৱন দিয়া ঐতিহাসিক কালমণি নৈক পৰিষ্কাৰ কৰি ৰখাৰ লক্ষ্য আজাৰা তালুকৰ কমিটিৰ ; জাৱৰ -জোথৰ , আৱৰ্জনা নেপেলোৱাৰ বাবে সতৰ্কতামূলক বেনাৰ
আজিৰ খবৰ, গুৱাহাটী , ৩০ জুলাই, ২০২২ : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ঐতিহাসিক কালমণি নৈখন সম্প্রতি...
মৰাণ লাচিত নগৰত পথ দুৰ্ঘটনাত এজন লোক আহত
মৰাণ লাচিত নগৰত পথ দুৰ্ঘটনাত এজন লোক আহত
सिरोही: पानी के तेज बहाव में बहा ट्रैक्टर-ट्रॉली, चालक की जान बाल-बाल बची
सिरोही: पानी के तेज बहाव में बहा ट्रैक्टर-ट्रॉली, चालक की जान बाल-बाल बची
सिरोही जिले के...
জামুগুৰিহাটত সোণৰ আ-অলংকাৰ চাফা কৰাৰ চলেৰে লুট-পাত,আৰক্ষীৰ জালত বিহাৰৰ ৰমেশ কুমাৰ
আপোনাৰ ঘৰলৈ যদি চেইন বা সোণৰোআ-অলংকাৰ চাফা কৰা কোনোবা লোক আহিছে তেন্তে সাৱধান হঁওক৷কিয়নো আপোনাৰ...
ભાભર તાલુકા ગોસણ પ્રાથમિક શાળામાં શિક્ષક તરીકે ફરજ બજાવતા શિક્ષકની બદલી થતાં ભાવુક દૃશ્યો જોવા મળ્યા
ભાભર તાલુકા ગોસણ પ્રાથમિક શાળામાં શિક્ષક તરીકે ફરજ બજાવતા શિક્ષકની બદલી થતાં ભાવુક દૃશ્યો જોવા મળ્યા