শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ ।গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সন্দৰ্ভত জয়সাগৰৰ মানকটা তিনি আলিৰ সমীপত সংবাদ মেল, বিজেপি নেতৃত্বাধীন চৰকাৰক সমালোচনা কৰি মন্তব্য কৰে যে স্মাৰ্ট চিটি গুৱাহাটীত এতিয়া সন্ধিয়া ৫বজাত অফিচৰ পৰা ওলাই ঘৰ পাওঁতে পুঁৱতি নিশা তিনি বাজে ।বিধায়ক অখিল গগৈয়ে এনেদৰে তীব্ৰ ভাষাৰে বিজেপি চৰকাৰক সমালোচনা কৰি গুৱাহাটীৰ কৃত্ৰিম বানপানী সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। গতিকে ৰাইজৰ দলৰ সভাপতি হিচাবে আৰুঅসম বিধানসভাৰ এজন বিধায়ক হিচাবে দাৱী জনাই যে এই বিষয়টোৰ ওপৰত অসম কেবিনেটৰ জৰুৰী বৈঠক আহ্বান কৰিব লাগে ।গুৱাহাটী ডিব্ৰুগড় , শিৱসাগৰকে ধৰিগোটেই মহানগৰ বিলাকৰ কৃত্ৰিম বানপানী কেনেকৈ ৰোধ কৰিব পাৰে তাৰ ওপৰত কেৱিনেট বৈঠক এখন বহাতো অতি জৰুৰী আৰু তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহন কৰি আঁচনি ল'বৰ কাৰণে সিদ্ধান্ত ল'ব লাগে।আৰু এখন বিশেষ অধিবেশন আয়োজন কৰিব লাগে, এই সন্দৰ্ভত প্ৰত্যেক জন বিধায়কে অভিমত দাঙিধৰিব আৰু অসম চৰকাৰে তাৰ ওপৰত আঁচনি গ্ৰহন কৰিব বুলি ঘোষনা কৰিব। বিধায়ক জনে আশা কৰে যে এই কাৰ্যব্য ৱস্থাপনাৰ জৰিয়তে অচিৰেই গুৱাহাটী মহানগৰীক বানপানীৰ কৱলৰ পৰা মুক্ত কৰিব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ভেৰগাঁৱত ৰাভা জনগোষ্ঠীৰ জাতীয় কৃষি ভিত্তিক বায়খো উৎসৱ উদযাপন,উপস্থিত সাংসদ দিলীপ শইকীয়া
ভেৰগাঁৱত ৰাভা জনগোষ্ঠীৰ জাতীয় কৃষি ভিত্তিক বায়খো উৎসৱ উদযাপন,উপস্থিত সাংসদ দিলীপ শইকীয়া
TATA आईपीएल 2023 के पहले मुकाबले में गुजरात ने चेन्नई को 5 विकेट से हराया!!
TATA आईपीएल 2023 के पहले मुकाबले में गुजरात ने चेन्नई को 5 विकेट से हराया!!
Exclusive News: NBCC ने 1 साल में निवेशकों को दिया 400% का रिटर्न, कंपनी के चैयरमैन संग खास बातचीत
Exclusive News: NBCC ने 1 साल में निवेशकों को दिया 400% का रिटर्न, कंपनी के चैयरमैन संग खास बातचीत
સ્વામિનાારાયણ ગાદી સંસ્થાન દ્વારા મોમ્બાસા ખાતે એકતા સંમેલન અને વૃક્ષારોપણ કરાયુ
શ્રી સ્વામિનારાયણ ગાદી સંસ્થાન દ્વારા મોમ્બાસા કેન્યામાં વિશ્વયુનિટી - એકતા સંમેલન તેમજ...
তিনিচুকীয়াত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
তিনিচুকীয়াত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল