ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ৭৬ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হৈয । চক্ৰধিকাৰী শ্ৰাৱনা সোণোৱালে পতাকা উত্তোলন কৰে । ইয়াৰ পূৰ্বে, বিধায়ক চক্ৰধৰ গোগৈয়ে শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সমবেত লোকসকলক সম্বোধন কৰি বিধায়ক চক্ৰধৰ গোগৈয়ে ঘৰ ঘৰ তিৰঙ্গা কাৰ্যসূচী সফল কৰাৰ বাবে অঞ্চলটোৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে। সভাত মৰাণ আৰক্ষী চক্ৰ বিষয়া সিদ্ধেশ্বৰ বড়ো, অসম গৌৰৱ হেমপ্ৰভা চুতিয়া, জ্যেষ্ঠ নাগৰিক সত্যনাৰায়ণ আগৰৱালা, প্ৰহ্লাদ টোডি আৰু অন্যান্য বিশিষ্ট ব্যক্তি উপস্থিত আছিল। অনুষ্ঠানটোত দেশপ্ৰেমমূলক গীত আৰু নৃত্য কাৰ্যসূচীৰ আয়োজন কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
રાજકોટ ના કોઠારીયા વિસ્તાર માં સ્વાતિ પાર્ક માં મર્ડર
રાજકોટના કોઠારિયા રોડ પર આવેલા સ્વાતિ પાર્ક વિસ્તારમાં અંગત ઝઘડાં માં એક અજાણ્યા પરપ્રાંતિય નું...
Asian Games 2023: एशियन गेम्स में Meerut की बेटियों का डंका, 5 हजार मीटर रेस में Parul ने जीता गोल्ड
Asian Games 2023: एशियन गेम्स में Meerut की बेटियों का डंका, 5 हजार मीटर रेस में Parul ने जीता गोल्ड
সাপেখাতীত ৬৯"তম অভিৰুচি ক্ৰীড়া দিৱস উদযাপন
৩ ছেপ্টেম্বৰ ২০২২ ;- আজি অভিৰুচি ক্ৰীড়া দিৱস । অৰ্জুন বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে...
Lucknow Zoo में Hippo के हमले में ऐसे हुई शख्स की मौत | Zoo Animals
Lucknow Zoo में Hippo के हमले में ऐसे हुई शख्स की मौत | Zoo Animals
ગુજરાતના રાજ્યપાલ આચાર્ય દેવવ્રતે કહ્યું કે હિંદુ ઢોંગી નંબર 1 છે.
ગુજરાતના રાજ્યપાલ આચાર્ય દેવવ્રતે કહ્યું કે હિંદુ ઢોંગી નંબર 1 છે.