হোজাইত উৎখাত হৈছে হাৱালা চক্ৰ। চক্ৰটোৰ ত্ৰিপুৰাৰ দুই যুৱক পৰিছে হোজাই আৰক্ষীৰ জালত। দুই যুৱকৰ পৰা জব্দ হৈছে 24 লাখ 50 হাজাৰ টকা। ধৃত যুৱক দুজন হৈছে ত্ৰিপুৰাৰ শ্বহিদুল ইছলাম আৰু বিল্লাল মিয়া। হোজাই থানা এলেকাৰ মুছলিম পত্তিত বিগত 6 মাহ ধৰি থাকি তেওঁলোকে হাৱালাৰ জৰিয়তে কাম কৰিছিল বুলি কৰা হৈছে সন্দেহ। ইফালে জব্দকৃত টকাৰ কোনো তথ্য দেখাব নোৱাৰাত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি দুয়োকে আজি আদালতত হাজিৰ কৰাই চাৰি দিনৰ জিম্মাত লব বুলি আৰক্ষীয়ে কৰিছে মন্তব্য।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Honor Play 8T: 20GB तक रैम और 6000mAh बैटरी जैसे तगड़े फीचर्स के साथ हुई फोन की एंट्री, जानिए कितनी है कीमत
Honor Play8T Launched Today Honor ने अपने यूजर्स के लिए एक नया स्मार्टफोन Honor Play 8T लॉन्च कर...
Sidhu Moosewala के करीबी और पंजाबी कंपोजर Bunty Bainsपर फायरिंग, हमले के बाद धमकी
Sidhu Moosewala के करीबी और पंजाबी कंपोजर Bunty Bainsपर फायरिंग, हमले के बाद धमकी
શહેરકોટડામાં ગાભાવાડી ચાલી પાસે દિલીપસિંહ ચૌહાણને જૂની અદાવતમાં એક વ્યક્તિ પોઇન્ટ બ્લેન્ક રેન્જથી ગોળી મારી ફરાર
અમદાવાદ તા.22
શહેરના શહેરકોટડામાં આજે ખુલ્લેઆમ ફાયરિંગ થયાની ઘટના સામે આવી છે. કોઇ જૂની...
સાયબર એટેકથી કેવી રીતે બચી શકાય?
#buletinindia #gujarat #F.I.R