শিৱসাগৰ নগৰৰ মাজ মজিয়াত অৱস্থিত শংকৰ মন্দিৰ পথত থকা জ্যেষ্ঠ নাগৰিক সন্থাৰ কাৰ্য্যালয়ত অনুষ্ঠিত কাৰ্য্যকৰী সভাত উপস্থিত থাকে জ্যেষ্ঠ নাগৰিক সংস্থাৰ ৰাজ্যিক সভাপতি সুৰেশ শইকীয়া, শিৱসাগৰ।জিলাৰ সম্পাদক দিলীপ শইকীয়াৰ লগতে সংস্থাটোৰ বিষয় ববীয়া। এই সভাতে ১২ চেপ্তেম্বৰত যুৱদল প্ৰেক্ষাগৃহত ককা-আইতা দিৱস পতাৰ সিদ্ধান্ত গ্ৰহন কৰা হয়। জ্যেষ্ঠ নাগৰিক সন্থাৰ ৰাজ্যিক নিৰ্দেশ অনুযায়ী এই সিদ্ধান্ত গ্ৰহন কৰি সাংস্কৃতিক কাৰ্য্যসূচীৰো অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয়। এই কাৰ্য্যসূচীত জিলাখনৰ ষোল্ল খন উপসমিতিৰ অন্তৰ্গত সকলো জ্যেষ্ঠ নাগৰিকে অংশ গ্ৰহন কৰিব পাৰিব আধাৰ কাৰ্ডৰ ভিত্তিত।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Jharkhand Election 2024: झारखंड में गरजे CM योगी, कहा- जब भी बंटे हैं, निर्ममता से कटे हैं...
Jharkhand Election 2024: झारखंड में गरजे CM योगी, कहा- जब भी बंटे हैं, निर्ममता से कटे हैं...
સૌર ઊર્જાના ઉત્પાદનમાં ગુજરાત નંબર-1 વાપીમાં ઊર્જામંત્રી કનુ દેસાઈનું નિવેદન
સૌર ઊર્જાના ઉત્પાદનમાં ગુજરાત નંબર-1 : વાપીમાં ઊર્જામંત્રી કનુ દેસાઈનું નિવેદન
'हजारों मुस्लिमों के बीच फंसा' Kailash Vijayvargiya ने Amit Shah से फोन पर क्या कहा?
'हजारों मुस्लिमों के बीच फंसा' Kailash Vijayvargiya ने Amit Shah से फोन पर क्या कहा?
ગુજરાતમાં ચૂંટણી અગાઉજ વીજ વધારો ; ‘આપ’ના ફ્રિ વીજળી અભિયાન સામે વીજ કંપનીઓના ભાવ વધારાથી ભાજપની છબી ખરડાશે !
ગુજરાતમાં વીજ કંપનીઓએ યુનિટ દીઠ 10 પૈસાનો વધારો ગ્રાહકો પર ઝીંકવા સાથે 79 પૈસા ફૂઅલ ચાર્જ...