শিৱসাগৰ নগৰৰ মাজ মজিয়াত অৱস্থিত শংকৰ মন্দিৰ পথত থকা জ্যেষ্ঠ নাগৰিক সন্থাৰ কাৰ্য্যালয়ত অনুষ্ঠিত কাৰ্য্যকৰী সভাত উপস্থিত থাকে জ্যেষ্ঠ নাগৰিক সংস্থাৰ ৰাজ্যিক সভাপতি সুৰেশ শইকীয়া, শিৱসাগৰ।জিলাৰ সম্পাদক দিলীপ শইকীয়াৰ লগতে সংস্থাটোৰ বিষয় ববীয়া। এই সভাতে ১২ চেপ্তেম্বৰত যুৱদল প্ৰেক্ষাগৃহত ককা-আইতা দিৱস পতাৰ সিদ্ধান্ত গ্ৰহন কৰা হয়। জ্যেষ্ঠ নাগৰিক সন্থাৰ ৰাজ্যিক নিৰ্দেশ অনুযায়ী এই সিদ্ধান্ত গ্ৰহন কৰি সাংস্কৃতিক কাৰ্য্যসূচীৰো অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয়। এই কাৰ্য্যসূচীত জিলাখনৰ ষোল্ল খন উপসমিতিৰ অন্তৰ্গত সকলো জ্যেষ্ঠ নাগৰিকে অংশ গ্ৰহন কৰিব পাৰিব আধাৰ কাৰ্ডৰ ভিত্তিত।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মাহমৰা আৰু ভজো শাখা সাহিত্য সভাৰ সাহিত্য প্ৰতিযোগিতাৰ বঁটা বিতৰণ
ভজো আৰু মাহমৰা শাখা সাহিত্য সভাৰ স্বৰচিত কবিতা আৰু চুটিগল্প প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠান...
પી.સી-પી.એન.ડી.ટી. એકટની જન જાગૃતિ અર્થે વર્કશોપ યોજાયો
સોનોગ્રાફી ક્લિનિક-હોસ્પિટલ, વિવિધ સંસ્થાઓનાં ડોકટરશ્રીઓ, ગાયનેક ડોકટરશ્રીઓ તથા બાળરોગ નિષ્ણાંતશ્રીઓ વર્કશોપમાં જોડાયા
તા. ૧૧ ઓક્ટોબર, અમરેલી (મંગળવાર) પીસી-પીએનડીટી વિભાગ, આરોગ્યશાખા, અમરેલી દ્વારા...
মৰাণ ১ নং দিখাৰি গাঁৱত অজগৰ সাপ উদ্ধাৰ
মৰাণ ১ নং দিখাৰি গাঁৱত অজগৰ সাপ উদ্ধাৰ
दसरा मेळावा शिवतीर्थावरच होणार – विरोधी पक्षनेते अंबादास दानवे
दसरा मेळावा शिवतीर्थावरच होणार – विरोधी पक्षनेते अंबादास दानवे
যুৱ-বাণী অনুষ্ঠানত ’দৃশ্যপট শিৱসাগৰ’ৰ নাটক "উলংগ বাস্তৱ"
শিৱসাগৰ:-- আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ যুৱ-বাণী অনুষ্ঠানত অহা ২১ নৱেম্বৰত সন্ধিয়া ৭-২০ বজাত...