দৰং জিলাৰ মহলীয়া পাৰাত পথ দূৰ্ঘটনা।পথ দূৰ্ঘটনা নিহত নামখলাৰ হিমালয় চহৰীয়া। ৰবিবাৰে আবেলী বুঢ়ীনগৰ মহাবিদ্যালয়ৰ সমীপত পালছাৰ আৰু গ্লেমাৰ বাইকৰ মূখা মূখি সংঘৰ্ষৰ ফলত সংকতজনক অৱস্থাত হিমালয় চহৰীয়াক ততাতৈয়াকৈ মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে। হিমালয় চহৰীয়াৰ মৃতদেহ সোমবাৰে মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰিক্ষাৰ অন্তত পৰিয়ালক চমজাই দিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
MCN NEWS | १४ वर्षीय मुलींच्या गटात वृंदिका व त्त्विशा यांना उपविजेतेपद....
MCN NEWS | १४ वर्षीय मुलींच्या गटात वृंदिका व त्त्विशा यांना उपविजेतेपद....
Delhi Pollution News: दिल्ली-NCR में प्रदूषण का पहरा, पाबंदियों का चौथा राउंड शुरू | AQI Today
Delhi Pollution News: दिल्ली-NCR में प्रदूषण का पहरा, पाबंदियों का चौथा राउंड शुरू | AQI Today
শিঙিমাৰীৰ RTI কৰ্মী আবুল বাসাৰৰ সংবাদমেল।
শিঙিমাৰীৰ RTI কৰ্মী আবুল বাসাৰৰ সংবাদমেল।
ahemdabad : ઠેર-ઠેર ચાલતા દારૂના અડ્ડાઓ બંધ કરવા અમરાઈવાડી પોલીસ સ્ટેશનમાં આવેદન પત્ર આપવામાં આવ્યું
અમદાવાદ ખાતે આવેલ અમરાઈવાડી પોલીસ સ્ટેશન માં એન.એસ.યુ.આઈ ના યુવા કાર્યકર્તા દ્વારા આવેદન પત્ર...