দৰং জিলাৰ মহলীয়া পাৰাত পথ দূৰ্ঘটনা।পথ দূৰ্ঘটনা নিহত নামখলাৰ হিমালয় চহৰীয়া। ৰবিবাৰে আবেলী বুঢ়ীনগৰ মহাবিদ্যালয়ৰ সমীপত পালছাৰ আৰু গ্লেমাৰ বাইকৰ মূখা মূখি সংঘৰ্ষৰ ফলত সংকতজনক অৱস্থাত হিমালয় চহৰীয়াক ততাতৈয়াকৈ মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে। হিমালয় চহৰীয়াৰ মৃতদেহ সোমবাৰে মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰিক্ষাৰ অন্তত পৰিয়ালক চমজাই দিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
IT ने Supreme Court में ऐसी बात कही कि Congress को 3500 करोड़ रुपये टैक्स से राहत मिली, लेकिन...
IT ने Supreme Court में ऐसी बात कही कि Congress को 3500 करोड़ रुपये टैक्स से राहत मिली, लेकिन...
'ખેડૂતોની 2 લાખ રૂપિયા સુધીની લોન માફ કરીશું', ગુજરાતમાં અરવિંદ કેજરીવાલની મોટી જાહેરાત
ગુજરાતમાં આમ આદમી પાર્ટીની સરકાર આવ્યા બાદ દિલ્હીના મુખ્યમંત્રી અરવિંદ કેજરીવાલે ખેડૂતોની 2 લાખ...
Commuters on road bashed up in Shillong
It was terror unleashed in Shillong city as group of boys assaulted innocent passers by...