মঙ্গলবাৰে গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানেৰে ৰংপুৰ জ্যোতি ক্লাবত এথেলেটিকছ প্ৰশিক্ষণ শিবিৰৰ সামৰণি কৰা হয়।শিৱসাগৰ ৰংপুৰ জ্যোতি ক্লাব,শিৱসাগৰ ক্ৰীড়াসন্থা,আফগানি স্পৰ্টচ আৰু অৰ্জুন ভোগেশ্বৰ বৰুৱা এথেলেটিকছ একাডেমী, শিৱসাগৰ জিলা ক্ৰীড়া বিষয়া আৰু ৰাইজৰ সহযোগত এমাহযোৰা প্ৰশিক্ষণৰ কাৰ্য্যসূচী এথেলেটিকছৰ।ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰশিক্ষকৰ দ্বাৰা এথেলেটিকছৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়।সামৰণি অনুষ্ঠান গাম্ভীৰ্যপূৰ্ণতাৰে সমাপন কৰাহয় শিৱসাগৰ জিলাপৰিষদৰ কাৰ্যবাহী বিষয়া অশ্বিনী দলে, অৰ্জুনভোগেশ্বৰ বৰুৱা কে আদিকৰি জিলাখনৰ বহুসংখ্যক ক্ৰীড়া প্ৰেমী লোক উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
আজাদী কা অমৃত মহোৎসৱ উপলক্ষে মাজুলীত মহিলা গোটৰ বাইক ৰেলি: হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ সজাগতা
দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰীয়া এই গৌৰৱৰ ক্ষণত কেন্দ্ৰীয় চৰকাৰে আজাদী কা অমৃত মহোৎসৱ...
IPS સંજીવ ભટ્ટ નરેન્દ્ર મોદી સામે લડે તેનાથી પવિત્ર થઈ જતાં નથી
IPS સંજીવ ભટ્ટ નરેન્દ્ર મોદી સામે લડે તેનાથી પવિત્ર થઈ જતાં નથી - Prashant Dayal
MCN NEWS| वैजापूर ते सिंदखेडराजा जिजाऊ रथ यात्रा रवाना
MCN NEWS| वैजापूर ते सिंदखेडराजा जिजाऊ रथ यात्रा रवाना
Maharashtra Politics: Chagan Bhujbal Sharad Pawar से मिलने घर पहुंचे, मुलाकात पर अड़े। NCP Shiv Sena
Maharashtra Politics: Chagan Bhujbal Sharad Pawar से मिलने घर पहुंचे, मुलाकात पर अड़े। NCP Shiv Sena