আজাদী কা অমৃত মহোৎসৱৰ উপলক্ষে কণ-কণ লৰা-ছোৱালীৰ মাজতো দেখা গৈছে আনন্দৰ উল্লাস। আজি ৰঙিয়াত কণ-কণ লৰা-ছোৱালীয়ে হৰ ঘৰ তিৰংগা কাৰ্য্যসুচীৰ লগতে এক পদ যাত্ৰা উলিয়ায় হাতে হাতে তিৰংগা পতাকা লৈ ৰাইজক সজাগ কৰি তুলে। 13 আগষ্টৰ পৰা 15 আগষ্টলৈ ঘৰে ঘৰে যাতে তিৰংগা পতাকা উওোলন কৰে সেই উদ্দেশ্যৰে ৰাইজৰ মাজত প্ৰধান মন্ত্ৰী মোদীয়ে আহ্বান কৰা হৰ ঘৰ ত্ৰিৰঙা কাৰ্যসূচী সফল কৰাৰ বাবে অনুৰোধ জনায়
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
महिला सशक्तिकरण व आत्मनिर्भर महिला सम्मान कार्यक्रम का हुआ आयोजन
कृष्णा सेवा संस्थान द्वारा अंतराष्ट्रीय महिला दिवस की पूर्व संध्या पर ए एन एम ट्रेनिंग सेंटर पर...
সোণাৰি তলা ওলমি আছে এটা চৰকাৰী কাৰ্যালয়ত
সোণাৰিত এমহতকৈ অধিক দিন ধৰি তলা ওলমি আছে এটা চৰকাৰী কাৰ্যালয়ত। সোণাৰি সাংস্কৃতিক কেন্দ্ৰত নিয়োজিত...
Raksha Mantri Rajnath Singh hoists national flag in New Delhi on the occasion of 77th IndependenceDay
Raksha Mantri Rajnath Singh hoists national flag in New Delhi on the occasion of 77th...
દાહોદ જિલ્લા ના ઝાલોદ તાલુકાના સંતરામ રોડ ઉપર લસણ ભરેલી ટ્રક પલટી મારી જતા કોઈ જાનહાની થઈ નથી.
દાહોદ જિલ્લા ના ઝાલોદ તાલુકાના સંતરામ રોડ ઉપર લસણ ભરેલી ટ્રક પલટી મારી જતા કોઈ જાનહાની થઈ નથી.