আজাদী কা অমৃত মহোৎসৱৰ উপলক্ষে কণ-কণ লৰা-ছোৱালীৰ মাজতো দেখা গৈছে আনন্দৰ উল্লাস। আজি ৰঙিয়াত কণ-কণ লৰা-ছোৱালীয়ে হৰ ঘৰ তিৰংগা কাৰ্য্যসুচীৰ লগতে এক পদ যাত্ৰা উলিয়ায় হাতে হাতে তিৰংগা পতাকা লৈ ৰাইজক সজাগ কৰি তুলে। 13 আগষ্টৰ পৰা 15 আগষ্টলৈ ঘৰে ঘৰে যাতে তিৰংগা পতাকা উওোলন কৰে সেই উদ্দেশ্যৰে ৰাইজৰ মাজত প্ৰধান মন্ত্ৰী মোদীয়ে আহ্বান কৰা হৰ ঘৰ ত্ৰিৰঙা কাৰ্যসূচী সফল কৰাৰ বাবে অনুৰোধ জনায়
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
চন্দ্ৰপুৰত ড্ৰাগছ দাহণ অমিত সাহৰ
চন্দ্ৰপুৰত ভাৰ্চুৱেলি ড্ৰাগছ দাহণ অংশগ্ৰহণ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত সাহৰ। চন্দ্ৰপুৰৰ ফেছ এয়াৰ...
પાલીતાણા કોર્ટમાં અનેક કેસો પેન્ડિંગ હાલતમાં નવું બિલ્ડીંગ પણ બનાવવા માંગ કરાય
પાલીતાણા કોર્ટમાં અનેક કેસો પેન્ડિંગ હાલતમાં નવું બિલ્ડીંગ પણ બનાવવા માંગ કરાય
BYD Seal EV इंडियन मार्केट में 5 मार्च को होगी लॉन्च, सिंगल चार्ज पर मिलेगी 700 KM की जबरदस्त रेंज
BYD भारत में अपनी तीसरी इलेक्ट्रिक कार लॉन्च करने के लिए पूरी तरह से तैयार है। BYD Seal EV का...
NTA to release NEET UG results today where Rajasthan's Taniskha bags Top rank on 8th September 2022.
National Testing Agency is declared the NEET UG result where 9.93 Lakhs candidates clear exam ,...