ৰঙিয়া নগৰত স্বাধীনতা ৰ অমৃত মহোৎসৱ উপলক্ষে ৰূপায়ণ কৰি অহা কাৰ্যসূচীৰ অংশ হিচাবে ৰবিবাৰে এছ এছ বি কৰ্তৃপক্ষৰ উদ্যোগত অনুষ্ঠানৰ আয়োজন কৰা হয় ।ৰঙিয়াৰ মৰাণজানাস্থিত বাহিনীটোৰ মুখ্য কাৰ্যালয়ৰ উদ্যোগত নগৰখনত অনুষ্ঠিত কাৰ্যসূচীত স্থানীয় এন চি চি ,স্কাউটৰ লগতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী কে ধৰি আন ভালেমান স্বেচ্ছাসেৱী সংস্থা ইও সহযোগ কৰে।শিশুসকলৰ মাজত স্বদেশ প্ৰেম জাগ্ৰত কৰি তোলাৰ লক্ষ্যৰে উক্ত পদক্ষেপ গ্ৰহণ কৰা বুলি সদৰী কৰে বাহিনীটোৰ উচ্চ পদস্থ বিষয়া গৰাকীয়ে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
CM Arvind Kejriwal ने BJP नेताओं पर लगाया आरोप, ED का समन लीक करने का आरोप लगाया | Delhi | AAP | BJP
CM Arvind Kejriwal ने BJP नेताओं पर लगाया आरोप, ED का समन लीक करने का आरोप लगाया | Delhi | AAP | BJP
કામધેનુ ગૌ શાળા ખાતે "ગૌ ભવન" નુ ઉદઘાટન ગૌ. શ્રી કૂંજેશકુમાર ના હસ્તે કરાયુ
કાલોલ ની કામધેનુ ગૌ શાળા ખાતે રવિવારે ગૌ ભવન નુ ઉદઘાટન પુ. પા. ગૌ ૧૦૮ શ્રીકૂંજેશકુમાર મહારાજ ના...
চাহ শ্ৰমিকৰ প্ৰাপ্যৰ দাবীত সোণাৰিৰ ডিপ্লিং চাহ বাগিচাত মজদুৰ ইউনিয়নৰ প্ৰতিবাদী কাৰ্যসূচী
চাহ শ্ৰমিকৰ প্ৰাপ্যৰ দাবীত সোণাৰিৰ ডিপ্লিং চাহ বাগিচাত মজদুৰ ইউনিয়নৰ প্ৰতিবাদী কাৰ্যসূচী।