ৰঙিয়া নগৰত স্বাধীনতা ৰ অমৃত মহোৎসৱ উপলক্ষে ৰূপায়ণ কৰি অহা কাৰ্যসূচীৰ অংশ হিচাবে ৰবিবাৰে এছ এছ বি কৰ্তৃপক্ষৰ উদ্যোগত অনুষ্ঠানৰ আয়োজন কৰা হয় ।ৰঙিয়াৰ মৰাণজানাস্থিত বাহিনীটোৰ মুখ্য কাৰ্যালয়ৰ উদ্যোগত নগৰখনত অনুষ্ঠিত কাৰ্যসূচীত স্থানীয় এন চি চি ,স্কাউটৰ লগতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী কে ধৰি আন ভালেমান স্বেচ্ছাসেৱী সংস্থা ইও সহযোগ কৰে।শিশুসকলৰ মাজত স্বদেশ প্ৰেম জাগ্ৰত কৰি তোলাৰ লক্ষ্যৰে উক্ত পদক্ষেপ গ্ৰহণ কৰা বুলি সদৰী কৰে বাহিনীটোৰ উচ্চ পদস্থ বিষয়া গৰাকীয়ে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
દિલ્હીના મુખ્યમંત્રી કેજરીવાલ અને પંજાબના મુખ્યમંત્રી ભાગવત માનજીની સભા યોજાઈ .....
દિલ્હીના મુખ્યમંત્રી કેજરીવાલ અને પંજાબના મુખ્યમંત્રી ભાગવત માનજીની સભા યોજાઈ .....
छठ पूजा 2022 @ गोरखपुर chhath puja 2022 Gorakhpur
छठ पूजा 2022 @ गोरखपुर chhath puja 2022 Gorakhpur
সাপেখাতী উন্নয়ণ খণ্ডত স্বাধীনতা দিৱস উদযাপন
দেশৰ ৭৬সংখ্যক স্বাধীনতা দিৱস উপলক্ষে পালন কৰিছে সমগ্ৰ দেশৰ চুকে-কোণে। সমান্তৰাল ভাৱে, ঐতিহাসিক...
Election Breaking | જયરાજસિંહ જુથને ટિકિટને ફાળવણી | Gujarat News | News18 Gujarati
Election Breaking | જયરાજસિંહ જુથને ટિકિટને ફાળવણી | Gujarat News | News18 Gujarati