ভকতি দুৱাৰ নামঘৰত জাতীয় পতাকা উত্তলণ : 

উজনি মাজুলীৰ ঐতিহ্যমণ্ডিত গাঁও ভকতিদুৱাৰৰ নামঘৰত আজি গাঁওখনৰ জেষ্ঠ ব্যক্তি সকল উপস্থিত হৈ জাতীয় পতাকা উত্তলন কৰে ৷