আজাদী কা অমৃত মহোৎসৱ :মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত ৭৫ বছৰীয়া আজাদী কী অমৃত মহোৎসৱত আজি বিয়লি ৪:৩০ বজাত কমলাবাৰী ফেৰি ঘাটত " মহাবাহু ব্ৰহ্মপুত্ৰ " শীৰ্ষক ত্ৰিৰংগ নৌকা যাত্ৰা ৰূপায়ণ কৰে ৷ জিলা উপায়ুক্ত পুলক মহন্তই দেশৰ অখণ্ডতা ৰক্ষাৰ স্বৰ্থত মহাবাহুৰ বুকুত এই নৌকাযাত্ৰা কৰি ত্ৰিৰংগাৰ লহৰেৰে একাতা অনাৰ আমাৰ প্ৰয়াস বুলি মন্তব্য কৰে ৷ এক কথাত মাজুলীৰ আকাশত ত্ৰিৰংগাৰ লয়লাসে সৃষ্টি কৰে নান্দনিক পৰিৱেশৰ ৷ ইফালে মাজুলীৰ ঘৰে ঘৰে উৰিছে ত্ৰিৰংগা পতাকা ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Breaking News: Kejriwal के खिलाफ बीजेपी का प्रदर्शन, करदाताओं के पैसे के दुरुपयोग का लगाया आरोप
Breaking News: Kejriwal के खिलाफ बीजेपी का प्रदर्शन, करदाताओं के पैसे के दुरुपयोग का लगाया आरोप
ಬೆಂಗಳೂರಿನ ಚಿತ್ರಕಲಾ ಪರಿಷತ್ ನಲ್ಲಿ "ವೈದ್ಯರ ಛಾಯಾ ಚಿತ್ರ ಪ್ರದರ್ಶನ ಹಾಗೂ ಚಿತ್ರಕಲಾ ಪ್ರದರ್ಶನ ಕಾರ್ಯಕ್ರಮ" ಉದ್ಘಾಟನೆಯಾಯಿತು.
#surgeon #doctors #photography
December 8, 2023
ಬೆಂಗಳೂರಿನ ಚಿತ್ರಕಲಾ ಪರಿಷತ್ ನಲ್ಲಿ ಇಂದು...
CMએ નવા વર્ષના પંચદેવ મંદિરના દર્શન કર્યા
CMએ નવા વર્ષના પંચદેવ મંદિરના દર્શન કર્યા
दलगाँव के दो नंबर और चार नंबर श्यामपुर गाँव के सेकड़ो ग्रामीणों ने एक काठ के पुल के लिए किया बिरोध प्रदर्शन
दरंग ज़िले के दलगाँव बिधान सभा समष्टि के अंतर्गत दो नंबर एइ चार नंबर श्यामपुर गाँव के सेकड़ो...