আজাদী কা অমৃত মহোৎসৱ :মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত ৭৫ বছৰীয়া আজাদী কী অমৃত মহোৎসৱত আজি বিয়লি ৪:৩০ বজাত কমলাবাৰী ফেৰি ঘাটত " মহাবাহু ব্ৰহ্মপুত্ৰ " শীৰ্ষক ত্ৰিৰংগ নৌকা যাত্ৰা ৰূপায়ণ কৰে ৷ জিলা উপায়ুক্ত পুলক মহন্তই দেশৰ অখণ্ডতা ৰক্ষাৰ স্বৰ্থত মহাবাহুৰ বুকুত এই নৌকাযাত্ৰা কৰি ত্ৰিৰংগাৰ লহৰেৰে একাতা অনাৰ আমাৰ প্ৰয়াস বুলি মন্তব্য কৰে ৷ এক কথাত মাজুলীৰ আকাশত ত্ৰিৰংগাৰ লয়লাসে সৃষ্টি কৰে নান্দনিক পৰিৱেশৰ ৷ ইফালে মাজুলীৰ ঘৰে ঘৰে উৰিছে ত্ৰিৰংগা পতাকা ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पीट पीट कर जीप ड्राइवर को उतारा मौत के घाट एक्सीडेंट के बाद दिया था बदमाशों ने वारदात को अंजाम
पीट पीट कर जीप ड्राइवर को उतारा मौत के घाट
एक्सीडेंट के बाद दिया था बदमाशों ने वारदात को...
সৰবৰহী মহিলা মিনু দেৱীৰ মৃত্যু
মৰাণৰ অভয়পুৰ নিৱাসী সৰবৰহী মহিলা, লোক-সংস্কৃতিৰ নিৰৱ সাধক মিনু দেৱী (৭০)ৰ যোৱা ২৮ অক্টোবৰৰ নিশা...
5 સ્થળો પર એકસાથે યાત્રાનું પ્રસ્થાન થશે
5 સ્થળો પર એકસાથે યાત્રાનું પ્રસ્થાન થશે
જસદણના રાણીગપર ગામે દારૂની મહેફિલ માણતા 5 લોકોની ભાડલા પોલીસે ધરપકડ કરી ₹3.75 લાખનો મુદ્દામાલ જપ્ત
જસદણના રાણીગપર ગામે દારૂની મહેફિલ માણતા 5 લોકોની ભાડલા પોલીસે ધરપકડ કરી ₹3.75 લાખનો મુદ્દામાલ જપ્ત