যোৰহাট জিলা প্ৰশাসনে আজি যোৰহাট থিয়েটাৰ হলত আয়োজন কৰা বিভাজন বিভীষিকা স্মৃতি দিৱসত অসম চৰকাৰৰ বিত্ত, মহিলা আৰু শিশু বিকাশ আদি বিভাগৰ মন্ত্ৰী অজন্তা নেওগে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে৷ বন্তি প্ৰজ্বলন কৰি মন্ত্ৰীগৰাকীয়ে অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে৷ ১৯৪৭ চনৰ দেশ বিভাজনৰ বিভীষিকাময় পৰিস্থিতিত মৃত্যুবৰণ কৰা আৰু নিজৰ শিপাৰ পৰা বিচ্ছিন্ন হৈ পৰা লোকসকলৰ স্মৃতি সোঁৱৰি পালন কৰা উক্ত দিৱসৰ অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে৷ অনুষ্ঠানত সৰ্বধৰ্ম প্ৰাৰ্থনাৰ এক কাৰ্যসূচীও অনুষ্ঠিত হয়৷ উক্ত অনুষ্ঠানত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতিত যোৰহাট কলেজৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক সৌমিত্ৰ পূজাৰীয়ে সভ্যতা সংস্কৃতিত চহকী ভাৰতবৰ্ষক বিট্ৰিছে দ্বিখণ্ডিত কৰি বিভাজন কৰা পৰিস্থিতিৰ বিষয়ে বিষদভাৱে বৰ্ণনা কৰি ভাষণ প্ৰদান কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सबकुछ ठीक तो लोकतंत्र की निंदा क्यों... जानिए डिब्रूगढ़ यूनिवर्सिटी में क्या बोले धनखड़
भारत का लोकतंत्र दुनिया में सबसे जीवंत है और इसकी छवि को किसी के द्वारा खराब या खराब नहीं होने...
ಕಾಂಗ್ರೆಸ್ ಪಕ್ಷದ ನಾಯಕರು ಪಿ.ಆರ್. ರಮೇಶ್ ಅವರನ್ನು ವಿಧಾನ ಪರಿಷತ್ತಿನ ಸದಸ್ಯರನ್ನಾಗಿ ನಾಮ ನಿರ್ದೇಶನ ಮಾಡಬೇಕೆಂದು ಎ. ಎಚ್. ಬಸವರಾಜು ಅವರು ಒತ್ತಾಯಿಸಿದರು.
ಮೇ 24, 2024
ಬೆಂಗಳೂರಿನ ಖಾಸಗಿ ಹೋಟೆಲ್ ನಲ್ಲಿ 'ಕರ್ನಾಟಕ ರಾಜ್ಯ ತಿಗಳ ಕ್ಷತ್ರಿಯ ಮಹಾಸಭಾ'ದ ಪದಾಧಿಕಾರಿಗಳು...
ફતેપુરા તાલુકા આદીવાસી સમાજ દ્વારા મુખ્યમંત્રિને સંબોધીને ફતેપુરા મામલતદારને આવેદનપત્ર આપવામાં આવ્યું
અમદાવાદ મ્યુનિસિપલ કોર્પોરેશન ના આદિવાસી ડોક્ટર ડો.સોનલ પાંડોર નુ કોર્પોરેટર દ્વારા અપમાન કરવા...
DR DISHA SHETTY MRS INDIA 1ST RUNNER UP
DR DISHA SHETTY MRS INDIA 1ST RUNNER UP
One fake gold smuggler apprehend based on input provide by Gajaraj Intelligence
APPREHENSION OF FAKE GOLD SMUGGLER BASED ON INPUT PROVIDED BY GAJRAJ CORPS MILITARY INTELLIGENCE...