সোণাৰিত প্ৰশিক্ষণ কেন্দ্ৰ উদ্বোধন

আজি সোণাৰি সমষ্টিৰ বিধায়ক  ধৰ্মেশ্বৰ কোঁৱৰে চৰাইদেউ জিলাৰ উপায়ুক্ত প'ল বৰুৱাৰ উপস্থিতিত চৰাইদেউ জিলা উপায়ুক্তৰ কাৰ্যালয় প্রাঙ্গণত সোণাৰি আৰু মাহমৰা বিধানসভা সমষ্টিৰ ২০১৭-১৮, ২০১৮-১৯ বৰ্ষৰ বিধায়ক উন্নয়ন পুঁজিৰে নিৰ্মিত প্ৰশিক্ষণ কেন্দ্র ও সভাকক্ষৰ শুভ উদ্বোধন কৰে। অনুমোদিত পুঁজি - ৩,২৫,০০০.০০ টকা।