ছিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি ছিপাঝাৰ শ্বহীদ ভৱনত ছিপাঝাৰ শ্বহীদ ভৱনৰ পৰিচালনা সমিতিৰ গঠন আৰু ছিপাঝাৰ সমষ্টিৰ বিভিন্ন সমস্যাৰ সম্পৰ্কে এক ৰাজহুৱা সভা অনুষ্ঠিত হয়। সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ ভাৰ প্ৰাপ্ত সভাপতি পৰেশ চহৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত শ্বহীদ ভৱন নিৰ্মাণ সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি ৰজনীকান্ত নাথ,সম্পাদক তিলক চন্দ্ৰ চৌধুৰী, সমাজসেৱী যামিনি ডেকা, ধৰণীধৰ নাথ, ভদ্ৰ কান্ত নাথ, অমূল্য দাস, ৰমণী কান্ত ডেকা, অগপৰ নৱ ডেকা, প্ৰাক্তন আছু দিলীপ শইকীয়া, কমলেশ্বৰ নাথ, মমতাজ আলি, গীয়াছুদ্দিন আহমেদ, সমুদ্ৰ শৰ্মা, সাহিত্য সেৱী কুলেন্দ্ৰ চহৰীয়া ,দিলীপ দাস,শ্বহীদ পৰিয়ালৰ চেনিৰাম নাথ আদি উপস্থিত থাকি পৰামৰ্শ আগবঢ়ায়।উক্ত সভাত অসম আন্দোলনৰ সক্ৰিয় কৰ্মী খৰ্গেশ্বৰ নাথক সভাপতি , কমলেশ্বৰ নাথ, শুচিব্ৰত শইকীয়া, নব ডেকাক উপসভাপতি আৰু ছিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদক চুমন বৰদলৈক সাধাৰন সম্পাদক হিচাপে "ছিপাঝাৰ শ্বহীদ ভৱন পৰিচালনা সমিতি" গঠন কৰা হয়। লগতে শ্বহীদ ভৱনটি ছিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্তৃত্বত ৰাইজৰ বাবে অতিশীঘ্ৰে মুকলি কৰা হব বুলি প্ৰস্তাৱ গ্ৰহণ কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Neelkanth Mishra Post Budget 2024 |चुनाव के पहले के बजट के एलानों ने Surprise किया बाजार को?Business
Neelkanth Mishra Post Budget 2024 |चुनाव के पहले के बजट के एलानों ने Surprise किया बाजार को?Business
ચાલુ ફરજે 6 મહિના ગેરહાજર રહેતા SRPF જવાન સામે કડી પોલીસ સ્ટેશનમાં ફરજમાં બેદરકારી અને નિષ્કાળજી બદલ ગુનો નોંધાયો
મહેસાણા જિલ્લાના સૂરજ ખાતે આવેલ SRPF કેમ્પમાં વડનગરના નિશ્ચય જગદીશભાઈ જાની પોલીસ કોન્સેટબલ તરીકે...
માલગઢ ગામે જમીન બાબતે બે પરિવાર વચ્ચે થઇ મારામારી..
માલગઢ ગામે જમીન બાબતે બે પરિવાર વચ્ચે થઇ મારામારી..
सरेआम पूर्व विधायक और एएसपी में हुई जमकर तू-तू, मैं-मैं, सलटाने और तुम्हारे जैसे नेता बहुत देखे तक पहुंची बात
सिरोही। सिरोही में एक महिला की हत्या के मामले को लेकर हो रहे धरना प्रदर्शन के दौरान पूर्व विधायक...