টি এম পি কেৰ ঢকুৱাখনা জিলা সমিতিৰ অন্তৰ্গত ডিমৰুগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত ডাংধৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা-২০২২ত বিশেষ কৃতিত্বৰে উত্তীৰ্ণ হোৱা মেধাবী শিক্ষাৰ্থী সকলক বিশেষ ভাৱে সম্বৰ্ধনা জনাই । এই সম্বৰ্ধনা অনুষ্ঠানত মেট্ৰিক পৰীক্ষাত অঞ্চলটোৰ ভিতৰত সৰ্বোচ্চ নম্বৰ প্ৰাপক মাইনা দলে ( ৯০ শতাংশ) , উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত (বিজ্ঞান শাখা) ৮৩ শতাংশ নম্বৰ প্ৰাপক কল্যাণী পেগুৰ লগতে মুঠ ৬৫ গৰাকী কৃতিমান শিক্ষাৰ্থীক গামোচা, গ্ৰন্থ সম্ভাৰ আৰু সম্বৰ্ধনা পত্ৰ প্ৰদান কৰে। ইপিনে সম্বৰ্ধনা অনুষ্ঠানটিৰ শুভ উদ্ধোধন কৰে টি এম পি কেৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক যতীন পেগুৱে। জিলা টি এম পি কেৰ উপ সভাপতি সঞ্জীৱ দলেয়ে আঁত ধৰা সভাৰ সঞ্চালনা কৰে মিচিং জাতিয় সংগঠন এম এম কেৰ কেন্দ্ৰীয় সমিতিৰ সদস্য গজেন দলেয়ে । মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ তথা এম এম কেৰ সভাপতি সুনীল পেগু , মিচিং জাতিয় সংগঠনৰ কেন্দ্ৰীয় নেতা ইন্দ্ৰ কুমাৰ চুংক্ৰাং , নাথুৰাম পেগু , ৰাজীৱ দলে , দিপাঞ্জল দলে , ,জিলা টি এম পি কেৰ সভাপতি বৃগেন দলে ,দ্বীপেন দলে ,মোহন পেগু , অমৰজিত দলে , জিলা টি এম পি কেৰ প্ৰাক্তন সভাপতি জগন্নাথ দলে ,জিলা উপ সভাপতি উমানন্দ দলে , এম এম কেৰ সম্পাদক সঞ্জীৱ দলে , ভীষ্ম চুংক্ৰাং ,গৌতম বৰাং , আঞ্চলিক পঞ্চায়তৰ সভাপতি শিৰোমণি দলে , পঞ্চায়ত সভানেত্ৰী মীনা কুমাৰী দলে ,শিক্ষাবিদ অৰুণ জ্যোতি পেগু ,জে.কে একাডেমীৰ স্বত্বাধিকাৰী পংকজ পেগু আদি উপস্থিত থাকি মেধাবী শিক্ষাৰ্থী সকলক ভৱিষ্যতৰ দিনবোৰত নিজকে একোগৰাকীকৈ ভাল মানুহ হিচাপে নিজকে গঢ়ি তুলিবলৈ আহ্বান জনায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
चारचोमा महादेव मन्दिर के लिए विशाल कावडयात्रा 12 अगस्त को ।
सुल्तानपुर. नगर से हर वर्ष की भांति 12वीं विशाल कावड़ यात्रा सोमवार 12 अगस्त को चार चोमा सोमेश्वर...
मेंढक मेंढकी का विवाह अच्छी बारिश के साथ राहुल गांधी के विवाह की भी सौगात लाए
मेंढक मेंढकी का विवाह करवा कर राहुल गांधी के विवाह और सद्बुद्धि की कामना की
राहुल गांधी...
પ્રિયંકા ગાંધી ગુજરાતમાં ગરબે ઘુમશે
પાવાગઢમાં મહાકાળી માતાના દર્શન અને રોડ શો કરશે, અમદાવાદના ગરબામાં ભાગ લેશે
ગુજરાત વિધાનસભાની...
अतिरिक्त पुलिस अधीक्षक राजीव दत्ता लोकसभा स्पीकर ओम बिरला के दोबारा ओएसडी बनाए गए हैं।
एएसपी दत्ता फिर लोस. - स्पीकर के ओएसडी बने
जयपुर/कोटा | राजस्थान पुलिस में ८, अतिरिक्त...
गुजरात यूथ कांग्रेस समिति द्वारा अंबाजी से उमरगाम तक शुरू की परिवर्तन यात्रा देवल्या चौकड़ी आ पहुची
गुजरात यूथ कांग्रेस समिति द्वारा अंबाजी से उमरगाम तक शुरू की परिवर्तन यात्रा देवल्या चौकड़ी आ पहुची