অমৃত মহোৎসৱ উপলক্ষে দেওবাৰে হোজাইত বদৰুদ্দিন আজমলৰ নেতৃত্বত বাহিৰ কৰা হৈছে বিশাল ৰেলী।।আজমল ৱমেন কলেজৰ পৰা ডৱকালৈকে উলিওৱা ৰেলীৰ ফ্লেগ অফ কৰে বদৰুদ্দিন আজমলে।লগতে বিশেষ বাহনত উঠি ৰেলীত অংশ লয় আজমলে।ইয়াৰ উপৰি ব্যৱসায় প্ৰতিষ্ঠান,মাদ্ৰাছা ,আৰু ঘৰে ঘৰে পতাকা উত্তোলন কৰিবলৈয়ো আহ্বান জনায় আজমলে।বাইক ,আৰু চাৰিচকীয়া বাহনেৰে বাহিৰ কৰা ৰেলীত বিভিন্ন জন লোকেও কৰে অংশগ্ৰহণ।অন্যহাতে ৱমেন কলেজৰ ছাত্ৰী সকলেও পদব্ৰজে বাহিৰ কৰে আন এক বিশাল ৰেলী।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Breaking News: BJP ने CM Arvind Kejriwal पर साधा निशाना | ED Summons Arvind Kejriwal | BJP Vs AAP
Breaking News: BJP ने CM Arvind Kejriwal पर साधा निशाना | ED Summons Arvind Kejriwal | BJP Vs AAP
गुहागरमध्ये गादी कारखान्याला आग, 12 लाखांचे नुकसान
गुहागर : तालुक्यातील शृंगारतळी येथील एका गादी कारखान्याला गुरुवारी सकाळी १० वाजण्याच्या सुमारास...
श्मशान घाट क्षतिग्रस्त बाउंड्रीवाल ने बढ़ाई क्षेत्रीय लोगों की मुसीबतें
श्मशान घाट क्षतिग्रस्त बाउंड्रीवाल ने बढ़ाई क्षेत्रीय लोगों की मुसीबतें
ব'ল-বম উপলক্ষে জামুগুৰিহাটৰ নাগেশ্বৰ মন্দিৰত ভক্তপ্ৰাণ ৰাইজৰ সোঁত
#ব'ল-বম উপলক্ষে জামুগুৰিহাটৰ নাগেশ্বৰ মন্দিৰত ভক্তপ্ৰাণ ৰাইজৰ সোঁত।জীয়াভৰলী নদীৰ পৰা ঘটত পানী আনি...