অমৃত মহোৎসৱ উপলক্ষে দেওবাৰে হোজাইত বদৰুদ্দিন আজমলৰ নেতৃত্বত বাহিৰ কৰা হৈছে বিশাল ৰেলী।।আজমল ৱমেন কলেজৰ পৰা ডৱকালৈকে উলিওৱা ৰেলীৰ ফ্লেগ অফ কৰে বদৰুদ্দিন আজমলে।লগতে বিশেষ বাহনত উঠি ৰেলীত অংশ লয় আজমলে।ইয়াৰ উপৰি ব্যৱসায় প্ৰতিষ্ঠান,মাদ্ৰাছা ,আৰু ঘৰে ঘৰে পতাকা উত্তোলন কৰিবলৈয়ো আহ্বান জনায় আজমলে।বাইক ,আৰু চাৰিচকীয়া বাহনেৰে বাহিৰ কৰা ৰেলীত বিভিন্ন জন লোকেও কৰে অংশগ্ৰহণ।অন্যহাতে ৱমেন কলেজৰ ছাত্ৰী সকলেও পদব্ৰজে বাহিৰ কৰে আন এক বিশাল ৰেলী।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Tirupati Mandir Controversy: प्रसाद में मिलावट की पुष्टि के बाद क्या बोले राजनेता ? | Aaj Tak
Tirupati Mandir Controversy: प्रसाद में मिलावट की पुष्टि के बाद क्या बोले राजनेता ? | Aaj Tak
रोहा शंकरदेव शिशु विद्या निकेतन में मातृ सन्मिलन के उपलक्ष में नृत्य करती महिलाएं
रोहा शंकरदेव शिशु विद्या निकेतन के रजत जयंती वर्ष के उपलक्ष में अनुष्टित मातृ सन्मिलन के उपलक्ष...
Bhupesh Baghel की काट का 'असली प्लान,' Saurabh Dwivedi के सामने Prem Prakash Pandey ने सब बताया
Bhupesh Baghel की काट का 'असली प्लान,' Saurabh Dwivedi के सामने Prem Prakash Pandey ने सब बताया