-হোজাইত নলা নিৰ্মানৰ নামত ৰাইজক খোৱাইছে জ্বলা কলা। বিগত 6 মাহ ধৰি হোজাইৰ 13 নং ৱাৰ্ডত চলি আছে নলা নিৰ্মাণৰ কাম। পিছে নলা নিৰ্মানৰ কাম অতি লেহেমীয়া গতিত চলাৰ বাবে এতিয়া অঞ্চলটোৰ লোক সকল ভুগি আছে দুৰ্ভোগ। নলা নিৰ্মানৰ বাবে কৰা গাঁত বোৰ আজিও উন্মুক্ত অৱস্থাত থকাত যিকোনো মূহুৰ্তত দুৰ্ঘটনা সংঘটিত হোৱাৰ আশঙ্কা কৰিছে ৰাইজে। লগতে নলা নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি হোৱাৰো উঠিছে অভিযোগ। নলা নিৰ্মাণৰ বাবে উক্ত পথচোৱাৰে এতিয়া যাতায়ত কৰিব নোৱাৰা অৱস্থা হোৱাত ৰাইজে ক্ষোভ প্ৰকাশ কৰি পৌৰসভাক পথচোৱা যাতায়তৰ বাবে উপযোগী কৰি তোলাৰ দাবী জনাইছে ৰাইজে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Raamdeo Agrawal Exclusive | क्या जल्दबाजी में पैसा कमाने के चक्कर में कंपनियों में हो रही है गड़बड़?
Raamdeo Agrawal Exclusive | क्या जल्दबाजी में पैसा कमाने के चक्कर में कंपनियों में हो रही है गड़बड़?
Maruti Jimny Thunder Edition को खरीदना हुआ आसान कीमत हुई कम, जानें इसमें क्या कुछ खास
अब कंपनी ने Maruti Jimny Thunder Edition के कीमत को कम कर दिया है। अगर आप इसको खरीदने की प्लानिंग...
Wadi વિસ્તાર માથી આંકડા નો કેસ Police એ શોધી કાઢ્યો
Wadi વિસ્તાર માથી આંકડા નો કેસ Police એ શોધી કાઢ્યો
પાંથાવાડા પાસે આવેલ ખિમ્મત ગામના યુવાને બનાવ્યું નાનકડું વિમાન...
પાંથાવાડા પાસે આવેલ ખિમ્મત ગામના યુવાને બનાવ્યું નાનકડું વિમાન...