শিৱসাগৰত ভাৰতৰ তিনিখন নতুন অপৰাধ আইনৰ সন্দৰ্ভত বিশেষ সভা আশা The hopeৰ উদ্যোগত। দেওবাৰে শিৱসাগৰ নগৰৰ হোটেলআটলাণ্টাত এই সভাখন অনুষ্ঠিত হয়। এই সভাতমুখ্য বক্তা হিচাবে উপস্থিত থাকে অসম চৰকাৰৰ প্ৰাক্তন মহাধিবক্তা ড° ৰমেশ বৰপাত্ৰ গোঁহাই।এইসভাৰ সভাপতিত্ব কৰে আশা The hope ৰ সভাপতি প্ৰাঞ্জল কটকীয়ে।আশা The hope ৰ বিষয় সচিব সঞ্জীৱ শইকীয়াই উদ্দেশ্য ব্যাখ্যা কৰে ।এই সভাখনৰ সমগ্ৰ কাৰ্য্যসূচী সঞ্চালনা কৰে শিৱসাগৰ বানিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড°সৌমাৰ জ্যোতি মহন্তই। উল্লেখনীয় যে সমগ্ৰ দেশতে বলৱৎ ২০২৪ চনৰ ১জুলাইৰ পৰা তিনিখন নতুন অপৰাধ আইন। এই আইনকেইখনে বৰ্তমান জনসাধাৰণক কিদৰে সহায় কৰিব , তাৰ ওপৰত বিস্তৃত ভাৱে আলোচনা কৰে মুখ্য বক্তা হিচাবে উ পস্থিত থকা অৱসৰ প্ৰাপ্ত মহাধিবক্তা ৰমেশ বৰপাত্ৰ গোঁহাইয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Metropolis Healthcare Q4 Update | शानदार Q4 Growth के बाद क्या है स्टॉक का हाल? | Stocks Of The Day
Metropolis Healthcare Q4 Update | शानदार Q4 Growth के बाद क्या है स्टॉक का हाल? | Stocks Of The Day
Golaghat Two Thief Arrest at NightBreaking___##মাজ নিশা গোলাঘাটৰ উদয়নগৰত হৈ চৈ। এটা বাসগৃহত দুটা চোৰ
গোলাঘাটত চুৰৰ টিঘলঘিলনী
চুৰ কৰিবলৈ গৈ ৰঙাঘৰৰ আলহী হল দুই ভাতৃ
কয় নহয় এশ গৰু খালে...
વિરોધ : "ભાજપાની નો એન્ટ્રી, શકરપુરમાં પ્રચાર માટે 'મયુરભાઈ રાવલે' આવવું નહીં" લખાણના બેનરો લટકાયા !
પ્રારંભથી જ ખંભાત વિધાનસભામાં ભાજપા પાર્ટીએ મયુરભાઈ રાવલને ટીકીટ ફાળવતા સોશિયલ મિડિયામાં તેમજ...
રાધનપુર : બંધવડ ગામ ખાતે મારામારીની ઘટના | SatyaNirbhay News Channel
રાધનપુર : બંધવડ ગામ ખાતે મારામારીની ઘટના | SatyaNirbhay News Channel