শিৱসাগৰত ভাৰতৰ তিনিখন নতুন অপৰাধ আইনৰ সন্দৰ্ভত বিশেষ সভা আশা The hopeৰ উদ্যোগত। দেওবাৰে শিৱসাগৰ নগৰৰ হোটেলআটলাণ্টাত এই সভাখন অনুষ্ঠিত হয়। এই সভাতমুখ্য বক্তা হিচাবে উপস্থিত থাকে অসম চৰকাৰৰ প্ৰাক্তন মহাধিবক্তা ড° ৰমেশ বৰপাত্ৰ গোঁহাই।এইসভাৰ সভাপতিত্ব কৰে আশা The hope ৰ সভাপতি প্ৰাঞ্জল কটকীয়ে।আশা The hope ৰ বিষয় সচিব সঞ্জীৱ শইকীয়াই উদ্দেশ্য ব্যাখ্যা কৰে ।এই সভাখনৰ সমগ্ৰ কাৰ্য্যসূচী সঞ্চালনা কৰে শিৱসাগৰ বানিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড°সৌমাৰ জ্যোতি মহন্তই। উল্লেখনীয় যে সমগ্ৰ দেশতে বলৱৎ ২০২৪ চনৰ ১জুলাইৰ পৰা তিনিখন নতুন অপৰাধ আইন। এই আইনকেইখনে বৰ্তমান জনসাধাৰণক কিদৰে সহায় কৰিব , তাৰ ওপৰত বিস্তৃত ভাৱে আলোচনা কৰে মুখ্য বক্তা হিচাবে উ পস্থিত থকা অৱসৰ প্ৰাপ্ত মহাধিবক্তা ৰমেশ বৰপাত্ৰ গোঁহাইয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
वृक्ष मित्र टीम ने जिला कारागृह बूंदी में किया पौधारोपण
वृक्ष मित्र टीम ने जिला कारागृह बूंदी में किया वृक्षारोपण
जिला कारागृह बूंदी में वृक्ष...
पेंटिंग में दिखाया भगवान शिव व गणेश का स्वरूप
कोटा राजकीय उच्च माध्यमिक रामपुरा के चित्रकला व्याख्याता डॉ. राजेंद्र बैरागी ने श्रावण मास के...
Statue of Swargadeo Chaolung Chukapha installed at Dhakuakhana Tai Cultural Research and Development Center
Chaolung Chukapha was the first Chaopha of medieval Greater Assam and the prince of the Chu clan...
ঘগ্ৰাপাৰত ৰেলৰ খুন্দাত নিহত যুৱকৰ অন্তোষ্টিক্ৰিয়া সম্পন্ন
নলবাৰী ঘগ্ৰাপাৰত শনিবাৰে আবেলি ৰেলৰ খুন্দাত নিহত হোৱা যুৱকৰ নশ্বৰ দেহ আজি আবেলি শহস্ৰাধিক লোকৰ...
Hattrick for Aakash BYJU’S as its student Vignesh N. from Bengaluru Tops in KCET 2023; 2021 and 2022 KCET toppers were also Aakashians
Aakashians have been scoring top ranks in KCET in 2021, 2022 and 2023
June 15, 2023: Vignesh N....