স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে খাৰুপেটীয়া পৌৰসভাৰ উদ্যোগত আজি চিলা উৰুৱা প্ৰতিযোগিতা এখনি অনুষ্ঠিত হৈ যায়। খাৰুপেটীয়া টাউন ফিল্ডত আজি চিলা উৰুৱা প্ৰতিযোগিতাত প্ৰায় ৩০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতা খন উদ্ধোধন কৰে খাৰুপেটীয়া পৌৰসভাৰকাৰ্যবাহী বিষয়া সীমান্ত বসুমতাৰী। চিলা উৰুৱা প্ৰতিযোগিতাত পৌৰ সভানেত্ৰী কৃষ্ণা সাহাৰ লগতে স্থানীয় ৰাইজ উপস্থিত হৈ আনন্দ উপভোগ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
06 से 13 अगस्त 2022 तक महेसाणा-पाटन-महेसाणा पैसेंजर स्पेशल निरस्त रहेगी
अहमदाबाद मंडल के विरमगाम-महेसाणा-पालनपुर सेक्शन में इंफ्रास्ट्रक्चर कार्य हेतु...
ಸ್ಲಗ್: ೦೧. ರಾಜ್ಯ ವಾಣಿಜ್ಯ ಮತ್ತು ಕೈಗಾರಿಕ ಮಹಾಸಂಸ್ಥೆಯ ಮುಖ್ಯಸ್ಥ ರಮೇಶ್ ಶಿವಣ್ಣರಿಂದ ಚಾಲನೆ
ಫೈಲ್: ಹಸಿರು ವಾಹನಗಳ ಮೇಳ,ಪ್ಯಾಕೇಜ್
ಮನವಿ: ನಿಯೋಜಿತವಾಗಿದೆ, ಮಧು ಸರ್
ಜಿಲ್ಲೆ/ ವರದಿಗಾರ: ಬೆಂಗಳೂರು...
भारतीय नौसेना ने अरब सागर में पकड़ी 940 किलोग्राम ड्रग्स की खेप, 'क्रिमसन बाराकुडा' के तहत मार्को कमांडो ने की कार्रवाई
नई दिल्ली। भारतीय नौसेना ने पश्चिमी अरब सागर में 940 किलोग्राम ड्रग्स की खेप जब्त की है।...
ৰহা দুৰ্গাজান ৫৩নং বুথ ত অনুষ্ঠিত মন কী বাত অনুষ্ঠানত বিজেপি ৰাজ্যিক এচ চি মূৰ্চাৰ সম্পাদক ড° অসীম কুমাৰ দাস উপস্থিত থাকি দূৰ্গা পূজাৰ উপহাৰ হিচাপে ৩৫গৰাকী মহিলালৈ বিতৰন কৰে সূতা।
ৰহা দুৰ্গাজান ৫৩নং বুথত আজি অনুষ্ঠিত হোবা মন কী বাত অনুষ্ঠানত বিজেপি অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক...
The Gujju Talk Show With Nadeem Wadhwania | ft. Hello Zindagi Team | Viveka Patel | Rajan Rathod
The Gujju Talk Show With Nadeem Wadhwania | ft. Hello Zindagi Team | Viveka Patel | Rajan Rathod