বৃহস্পতিবাৰে শিৱসাগৰ টাই আহোম সাংস্কৃতিক বিকাশ কেন্দ্ৰত নটা সংগঠনে আজি যৌথ সংবাদ মেল আহ্বান কৰে।আহোম সভা, পূৰ্বাঞ্চল টাই সাহিত্য সভা, ৰংপুৰ প্ৰাচীন কীৰ্তি চিহ্ন সংৰক্ষণ সমিতি, টাই আহোম যুৱ পৰিষদ, মিডিয়া মেনেজমেণ্ট এণ্ড ৰিৰ্চাচ এছচিয়েচনকে আদি কৰি নটা সংগঠনে চৰাইদেউ মৈদাম শিৱসাগৰ জিলাত বাহাল ৰখাৰ দাৱীত এই সংবাদ মেল আয়োজন কৰে।।উল্লেখনীয় যে ঐতিহাসিক চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্যৰ তালিকাত সন্নিৱিষ্ট হোৱাৰ সময়তে সৃষ্টি হয় বিতৰ্কৰ। চৰাইদেউ জিলা আৰু শিৱসাগৰ জিলাৰ সীমা নিৰ্ধাৰণ ক লৈ সৃষ্টি হৈছে এই বিতৰ্কৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સૌરાષ્ટ્ર યુનિવર્સિટી વારંવાર ફૂટી રહ્યા છે પેપર
#buletinindia #gujarat #rajkot
দৰঙৰ খাৰুপেটীয়া নগৰত উলহ মালহেৰে উদযাপন কৰা হয় বসন্ত উৎসৱ ।
দৰঙৰ খাৰুপেটীয়া নগৰত উলহ মালহেৰে উদযাপন কৰা হয় বসন্ত উৎসৱ ।
ಬೆಂಗಳೂರು ಉತ್ತರ ಲೋಕಸಭಾ ಕ್ಷೇತ್ರದಿಂದ ಇಂದು ಕಾಂಗ್ರೆಸ್ ಅಭ್ಯರ್ಥಿಯಾಗಿ ರಾಜೀವ್ ಗೌಡ ಅವರು ನಾಮಪತ್ರ ಸಲ್ಲಿಸಿದರು.
ಏಪ್ರಿಲ್ 3, 2024
ಬೆಂಗಳೂರು ಉತ್ತರ ಲೋಕಸಭಾ ಕ್ಷೇತ್ರದಿಂದ ಇಂದು ಕಾಂಗ್ರೆಸ್ ಅಭ್ಯರ್ಥಿಯಾಗಿ ರಾಜೀವ್ ಗೌಡ...
અનંત પટેલના હુમલા મુદ્દે રાજનીતિ તેજ@Sandesh News
અનંત પટેલના હુમલા મુદ્દે રાજનીતિ તેજ@Sandesh News
કાંકરેજમાં ભૂમાફિયા બેફામ, મામલતદાર સમક્ષ રજૂઆત...!
કાંકરેજમાં ભૂમાફિયા બેફામ, મામલતદાર સમક્ષ રજૂઆત...!